• ডাক বিভাগৰ অসম সংমণ্ডলত গ্ৰামীণ ডাক সেৱকৰ ৪৬৭টা পদত নিযুক্তি
    আৱেদনকাৰী অৰ্হতা- দশম শ্ৰেণী উত্তীৰ্ণ
    আৱেদনৰ অন্তিম তাৰিখ- ৬ মে’
    সবিশেষ যোগাযোগ- https://indiapost.gov.in

 

  • গুৱাহাটীৰ জি এছ ৰোডৰ ৰুক্মিণীগাঁৱস্থিত CBSEৰ অধীনস্থ জি এন টি চিন্ময়া বিদ্যালয়ত জীৱ বিজ্ঞান আৰু ইংৰাজী বিষয়ৰ শিক্ষকৰ আৱশ্যক
    আবেদনকাৰী অৰ্হতা- উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব
    আৱেদনৰ অন্তিম তাৰিখ- ২২ এপ্ৰিল
    সবিশেষ যোগাযোগ- ৯৮৬৪০-৬৯৫৯৪, ০৩৬১-২২৬১৭৩১

 

  • গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পাতালত নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট, ষ্টাফ নাৰ্ছ, বায়’মেডিকেল ইঞ্জিনীয়াৰ, এনাস্থেছিয়া টেকনিচিয়ান, মেডিকেল অফিচাৰ, মেডিকেল অফিচাৰ (ক্ৰিটিকেল কেয়াৰ), ছিনিয়ৰ মেডিকেল অফিচাৰ, ৰেছিডেণ্ট মেডিকেল অফিচাৰ আৰু ছিনিয়ৰ ৰেছিডেণ্ট মেডিকেল অফিচাৰ পদত নিযুক্তি
    আৱেদনকাৰী অৰ্হতা- উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব
    আৱেদনৰ অন্তিম তাৰিখ- ২৬ এপ্ৰিল
    সবিশেষ যোগাযোগ- ৯৫০৮৪-৮৯৯২৩

 

  • যোধপুৰৰ AIIMSত এণ্টি নাটাল মেডিকেল অফিচাৰৰ ১টা, চাইকিয়াট্ৰিক ছচিয়েল ৱৰ্কাৰৰ ৩টা, ছিনিয়ৰ হিন্দী অফিচাৰ ১টা, জুনিয়ৰ হিন্দী ট্ৰেন্সলেটৰ ৩টা, মেনেজাৰ/ছুপাৰ/গেছ অফিচাৰ ১টা, মেনফিল্ড টেকনিচিয়ানৰ ৬টা, ডায়েটিচিয়ানৰ ১২টা, মেডিকেল ছচিয়েল ছাৰ্ভিচ অফিচাৰ ১৫টা, লাইব্ৰেৰিয়ানৰ ৪টা, ছেনিটেৰী ইন্সপেক্টৰৰ ১৮টা, চিএছএছডি টেকনিচিয়ানৰ ৬টা আৰু এছিষ্টেণ্ট লন্ড্ৰী ছুপাৰভাইজাৰৰ ৪টাকে ধৰি ৭৪টা পদত নিযুক্তি
    আবেদনকাৰী অৰ্হতা- উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব
    আৱেদনৰ অন্তিম তাৰিখ- ৮ মে’
    সবিশেষ যোগাযোগ- www.aiimsjodhpur.edu.in

 

  • গুৱাহাটী হাইক’ৰ্টত নিম্ন বৰ্গৰ সহায়কৰ ৩৪টা, টাইপিষ্টৰ ২টা আৰু কপিইষ্টৰ ১৬টা পদ নিযুক্তি
    আবেদনকাৰী অৰ্হতা- উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব
    সবিশেষ যোগাযোগঃ www.ghconline.gov.in

 

  • অইল ইণ্ডিয়া লিমিটেডত একাউণ্ট অফিচাৰৰ ৫টা, ছিকিউৰিটী অফিচাৰৰ এটা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ৩০ এপ্ৰিল
  • অনলাইন আৱেদনৰ বাবে ৱেবছাইট : www.oil.india.com

 

  • বঙাইগাঁও শোধনাগাৰত অভিজ্ঞতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদনপত্ৰ বিচৰা হৈছে
    আৱেদনৰ অন্তিম তাৰিখ- ৯ মে’
    সবিশেষ যোগাযোগ- www.iocl.com/peoplecareers/job.aspx আৰু ০৩৬৬৪-২৫৩১৫৭

 

  • ONGCত দেৰাডুনl সহকাৰী আইনী উপদেষ্টা পদত নিযুক্তি আৱেদনকাৰী অৰ্হতা- ৬০ শতাংশ নম্বৰেৰে আইনৰ স্নাতক ডিগ্ৰী
    আৱেদনৰ অন্তিম তাৰিখ- ১৫ মে’
    অনলাইন আৱেদনৰ ৱেবছাইট- http://www.orgcindia.com

 

  • অসমৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খালী হোৱা সহকাৰী শিক্ষকৰ ১,১২৯টা, বিজ্ঞান বিভাগত ১৬১টা, হিন্দী ১,৪৭৩টা, আৰবী বিষয়ক ১৭৬টা পদ খালীকে ধৰি মুঠ২,৯৩৯টা পদত নিযুক্তি৷ অনলাইন যোগেহে কৰিব পাৰিব আৱেদন।
    আবেদনকাৰী অৰ্হতা- উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব
    আৱেদনৰ অন্তিম তাৰিখ- ৩০ এপ্ৰিল
    সবিশেষ যোগাযোগ- www.lpupteachers.com

 

  • অসম ৰাজ্যিক পৰিবহন নিগমত এছিছটেন্ট পাৰ্ছনেল অফিছাৰৰ ২ টা, জুনিয়ৰ ইঞ্জিনীয়াৰ(ছিভিল)ৰ ৪টা, ফ’ৰমেন (অট’মবাইল)ৰ ৫টা , আপাৰ ডিভিজন এছিছটেন্টৰ ১৭টা, ল’ৱাৰ ডিভিজন এছিছটেন্টৰ ৫০টা, ইন্টানেল অডিটৰৰ ১টা, চেকছনৰ এছিছটেন্টৰ ৩টা পদত নিযুক্তি
    আবেদনকাৰী অৰ্হতা- উপযুক্ত প্ৰাৰ্থীয়ে আৱেদন কৰিব পাৰিব
    আৱেদনৰ অন্তিম তাৰিখ ২৯ এপ্ৰিল।
    সবিশেষ যোগাযোগ- www.assamstatetransportcorporation.com