• বেংক অৱ বৰোদাৰ ৪০০ পদত নিযুক্তি
    আৱেদনকাৰী অৰ্হতা-  যিকোনো শাখাৰ স্নাতক বা তাৰ সমপৰ্যায়ৰ পৰীক্ষাত ৫৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব
    আৱেদনৰ অন্তিম তাৰিখ-১ মে’
    সবিশেষ যোগাযোগ- www.bankofbaroda.co.in
  • অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনস্থ শিশু কল্যাণ কমিটীৰ অধ্যক্ষ, সদস্য আৰু জুভেনাইল জাষ্টিচ ব’ৰ্ডত সমাজকৰ্মীৰ ৮৬টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ২৫ এপ্ৰিল
    সবিশেষ যোগাযোগ- www.assamcareer.com
  • যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত জুনিয়ৰ একাউটেণ্টৰ ১৬ টা পদত নিযুক্তি
    আৱেদনকাৰীৰ অৰ্হতা- যিকোনো শাখাৰ স্নাতক হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব
    আৱেদনৰ অন্তিম তাৰিখ- ৩ মে’
    সবিশেষ যোগাযোগ- www.aau.ac.in
  • গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত বিভিন্ন শ্ৰেণীৰ ঠিকাভিত্তিক ৮টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ২১ এপ্ৰিল
    সবিশেষ যোগাযোগ- www.asrlms.assam.gov.in
  • গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দা চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল ছায়েন্সৰ  পৰা লেবৰেটৰী এছিছটেণ্ট/লেব’ৰেটৰী টেকনিচিয়ানৰ পদত নিযুক্তি
    আৱেদনকাৰীৰ অৰ্হতা- বিজ্ঞানৰ স্নাতক হ’ব লাগিব
    আৱেদনৰ অন্তিম তাৰিখ- ২৫ এপ্ৰিল
    সবিশেষ যোগাযোগ- www.gipsguwahati.ac.in
  • অইল ইণ্ডিয়াৰ দুলীয়াজানত ছিনিয়ৰ একাউণ্ট অফিছাৰ/ছিনিয়ৰ ইণ্টাৰনেল অডিটৰৰ এটা, একাউণ্টছ অফিচাৰ/ইণ্টাৰনেল অডিটৰৰ দুটা, ছিনিয়ৰ মেডিকেল অফিচাৰ (গায়ন’লজিষ্ট)ৰ এটা আৰু ছিকিউৰিটী অফিচাৰৰ দুটা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ৩০ এপ্ৰিল৷
    সবিশেষ যোগাযোগ- www.oil-india.com
  • ভাৰত চৰকাৰৰ জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা নেচনেল ৱাটাৰ ডেভেলপমেণ্ট এজেঞ্চিত ল’ৱাৰ ডিভিজন ক্লাৰ্কৰ ৮টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ২৫ এপ্ৰিল৷
    সবিশেষ যোগাযোগ- www.nwda.gov.in
  • ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ স্বতন্ত্ৰ নিকায় নতুন দিল্লীস্থিত টেকন’লজী ডেভেলপমেণ্ট ব’ৰ্ডত  বিজ্ঞানী, সঞ্চালক আৰু উপ-সচিবৰ ৪টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ২১ এপ্ৰিল
    সবিশেষ যোগাযোগ- www.tdb.gov.in
  • চিআৰপিএফত এছ আই, এ এছ আই আৰু কনিষ্টবলৰ মুঠ ২৪০টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ৫ মে’
    চিআৰপিএফত সহকাৰী উপ-পৰিদৰ্শকৰ ২১৯টা পদৰো নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ- ২৫ এপ্ৰিল৷
    সবিশেষ যোগাযোগ- www.crpfindia.com