মডেলঃ দীপিকা ৰয়

ফেশ্বন জগতত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ আগবাঢ়ি আহিছে দীপিকা ৰয়৷ ১৯৯০ চনৰ ২১ মে’ত বঙ্গাইগাঁৱৰ মাজপাৰাৰ দলাইগাঁৱত দীপিকা  জন্ম লাভ কৰিছিল৷ অৰ্থনীতি বিভাগত স্নাতক আৰু গণ সংযোগ ডিগ্ৰীধাৰী এই গৰাকী যুৱতীয়ে ফেশ্বন জগতত মডেল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে৷ অসমৰ লগতে দেশৰ এক আগশাৰীৰ মডেল হিচাপে গঢ়ি তোলাৰ স্বপ্ন দেখা দীপিকাই আজৰি সময়ত গান শুনি, নৃত্য কৰি আৰু টিভি চাই ভাল পায়৷ এই মডেলগৰাকীৰ ভবিষ্যতলৈ আমাৰ অনেক শুভ কামনা থাকিল৷

 

ফটোগ্ৰাফাৰঃ পল্লৱ মহন্ত
দীপিকাৰ যোগাযোগ নম্বৰঃ ৮৪৮৬৯৩৩৯০২