আয়কৰ বিভাগৰ নতুন দিল্লীস্থিত প্ৰিঞ্চিপাল চীফ কমিছনাৰৰ কাৰ্যালয়ত আয়কৰ ইন্সপেক্টৰৰ ৯টা, টেক্স এছিষ্টেণ্টৰ ১৯টা, ষ্টেনোগ্ৰাফাৰ গ্ৰেড-II ৰ এটা আৰু মাল্টি টাস্কিং ষ্টাফৰ ২৯টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১৪ জুলাই

সবিশেষ যোগাযোগঃ এএছএছটি, কমিছনাৰ অৱ এনকাম টেক্স (হোড কোৱাৰ্টাৰ, পাছনেল),কোঠা নম্বৰ ৩৭৮, চিআৰ বিল্ডিং আইপি ইষ্টেট, নতুন দিল্লী-২

 

অসম ৰাজ্যিক ৰক্ত সঞ্চাৰণ পৰিষদ খানাপাৰাত বিভিন্ন বৰ্গৰ ৪৩টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২৭ জুন

সবিশেষ যোগাযোগঃ www.assamsacs.org

 

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ মুম্বাইৰ চেন্ট্রেল অৰ্ডিনেঞ্চ ডিপ’ত সাধাৰণ বৰ্গৰ ১০টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৮ জুলাই

সবিশেষ যোগাযোগঃ www.indianarmy.nic.in

 

ভাৰত চৰকাৰৰ গৃহ বিভাগৰ সশস্ত্র সীমা বলত একাধিক পদত নিযুক্তি
আৱেদনৰ অন্তিম তাৰিখঃ ৩০ জুলাই
সবিশেষ যোগাযোগঃ www.ssb.nic.in

 

যোৰহাটৰ জিলা ন্যায়িক সেৱা প্ৰাধিকৰণত খালী অৰ্ধ-ন্যায়িক স্বেচ্ছাসেৱকৰ ৫০টা পদত নিযুক্তি

আবেদনৰ অন্তিম তাৰিখঃ ৩১ জুলাই

সবিশেষ যোগাযোগঃ www.jorhatjudiciary.gov.in

 

দিল্লী বিশ্ববিদ্যালয়ৰ মহিলা মহাবিদ্যালয় মিৰাণ্ডা হাউছত সহকাৰী অধ্যাপকৰ ২৯টা পদত নিযুক্তি

আবেদনৰ অন্তিম তাৰিখঃ ২৪ জুন

সবিশেষ যোগাযোগঃ www.as1.du.ac.in

 

ভাৰত চৰকাৰৰ উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰণালয়ৰ অধীনস্থ ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছত (BIS) সহকাৰী সঞ্চালকৰ ৩টা পদত নিযুক্তি

যোগাযোগৰ অন্তিম তাৰিখঃ ৩ জুলাই

সবিশেষ যোগাযোগঃ www.bis.gov.in

 

নতুন দিল্লীৰ লোকসভা সচিবালয়ত বিভিন্ন বৰ্গৰ ২৮টা পদত নিযুক্তি
আবেদনৰ অন্তিম তাৰিখঃ ১০ জুলাই
সবিশেষ যোগাযোগঃ www.loksabha.com

 

নেচনেল বেংক ফ’ৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, চমুকৈ নাবাৰ্ডত বহু পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৭ জুলাই

সবিশেষ যোগাযোগঃ www.nabard.org

 

ভাৰতৰ অডিট-একাউণ্টছ বিভাগত খালী হোৱা পদত স্প’ৰ্টছ কোটাত নিযুক্তিৰ কাৰণে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে

আৱেদনৰ অন্তিম তাৰিখঃ ৯ জুলাই

সবিশেষ যোগাযোগঃ www.cag.gov.in

 

অ’এনজিচিৰ সুৰক্ষা বিভাগত খালী হোৱা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৫ জুলাই

সবিশেষ যোগাযোগঃ www.ongcindia.com/wps/wcm