গুৱাহাটীৰ আছাম ডনবস্ক’ ইউনিভাৰ্ছিটীত অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক আৰু কাৰ্যালয়ৰ সহায়কসহ মুঠ ২২ পদত নিযুক্তি

অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ১৪ জুন

সবিশেষ যোগাযোগঃ ৯৪৩৫৫-৬৯২১৬

 

অৰুণাচল প্ৰদেশৰ পাচিঘাটত অৱস্থিত নৰ্থ-ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ ফ’ৰ মেডিচিনত ১৪টা পদত নিযুক্তি

আৱেদন অন্তিম তাৰিখঃ ১০ জুন

সবিশেষ জানিবলৈ ৱেবছাইটঃ www.neifm.nic.in

 

বৰপেটা জিলাৰ পালহাজীত থকা প্ৰগ্ৰেছিভ একাডেমী এণ্ড ডিগ্ৰী কলেজত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, সমাজতত্ত্ব, বুৰঞ্জী, আৰবী, কম্পিউটাৰ ছায়েঞ্চ আৰু তৰ্কশাস্ত্র, দৰ্শনৰ শিক্ষক পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১১ জুন

সবিশেষ যোগাযোগঃ ৮৮২২৮ ৮০৮০৮ আৰু ৯৬৭৮৩ ০৬৭৮৬

 

নেচনেল ল’ ইউনিভাৰ্ছিটীত ৰিছাৰ্চ এছোচিয়েটৰ ২টা পদৰ বাবে প্ৰাৰ্থীৰ সন্ধান

আৱেদনৰ অন্তিম তাৰিখঃ  ১৫ জুন

সবিশেষ যোগাযোগঃ www.nluassam.ac.in

 

দেৰগাঁৱৰ ডি কে ডি কলেজত ৰসায়ন বিজ্ঞানৰ সহকাৰী অধ্যাপকৰ পদত নিযুক্তি৷ প্ৰাৰ্থীৰ বয়স ২০১৭ জানুৱাৰীত ৪৩ বছৰৰ ভিতৰৰ হ’ব লাগিব

আৱেদনৰ অন্তিম তাৰিখঃ ১৭ জুন

সবিশেষ যোগাযোগঃ ০৩৭৬ ২৩৮০২৯৯ আৰু ২৩৮০২৬০

 

গুৱাহাটীৰ বশিষ্ঠস্থিত আৰ্মী ইনষ্টিটিউট অব নাৰ্ছিঙত টিউটৰৰ ৪টা আৰু মনোবিজ্ঞানৰ এটা অধ্যাপকৰ পদত ৫টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন

সবিশেষ যোগাযোগঃ www.ainguwahati.org

 

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণত উপ-প্ৰৱন্ধকৰ ২৩ টা অসংৰক্ষিত পদৰ লগতে ৯টা এছ চি, ৫ টা এছ টি আৰু ৩টা পদ অবিচি পদত প্ৰাৰ্থীৰ নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৩১ জুলাই

সবিশেষ যোগাযোগঃ www.nhai.org

 

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰ বি এইচ এছ এণ্ড এম পি স্কুলত অসমীয়াৰ পোষ্ট গ্ৰেজুৱেট শিক্ষকৰ পদ নিযুক্তি৷ প্ৰাৰ্থী স্নাতকোত্তৰ মহলত ৫০ শতাংশ নম্বৰপ্ৰাপ্ত হোৱাৰ লগতে যিকোনো স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা বি এড ডিগ্ৰী ধাৰী হ’ব লাগিব

আৱেদন কৰাৰ অন্তিম তাৰিখঃ ১৩ জুন

সবিশেষ যোগাযোগঃ ৯৯৫৪০ ৯৭২০৪

 

গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণা বিজ্ঞানীৰ ৩টা পদ, টেকনিকেল এছোচিয়েট/ ছায়েণ্টিফিক অফিচাৰৰ ২টা পদ, লেৱৰেটৰী সহায়কৰ এটা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১৬ জুন

সবিশেষ যোগাযোগঃ www.guwahati.ac.in

 

লোকসভা সচিবালয়ত এগজিকিউটিভ / লেজিছলেটিভ / প্ৰট’কল অফিচাৰৰ ১৬টা পদ, ৰিছাৰ্চ অফিচাৰৰ ১২টা খালী পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১০ জুলাই

সবিশেষ যোগাযোগঃ www.loksabha.com

 

ৰাজ্যৰ জলসম্পদ বিভাগত সহকাৰী অভিযন্তাৰ ৪০টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১ জুলাই

সবিশেষ যোগাযোগঃ  www.apsc.nic.in

উপ সচিব, অসম লোকসেৱা আয়োগ, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী–২২

 

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ ১,৪৭৩টা বিভিন্ন পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৩০ জুন

সবিশেষ যোগাযোগঃ www.du.ac.in