এপিএছচিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ইঞ্জিনীয়াৰিং কলেজ আৰু পলিটেকনিকত ৩৫৩টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২৭ জুন

সবিশেষ যোগাযোগঃ www.apsc.nic.in

 

নগাঁৱত সংস্কৃত শিক্ষকৰ ৪৬টা পদত নিযুক্তি

বিদ্যালয়সমূহৰ নাম আৰু আৱেদনৰ বাবে প্ৰয়োজনীয় সকলো তথ্য জানিবৰ বাবে মাধ্যমিক শিক্ষাৰ সঞ্চালকৰ ৱেবছাইট : www.madhyamik.in
এনআৰএইছএমত ডিষ্ট্ৰিক্ট মিডিয়া এক্সপাৰ্ট পদত নিযুক্তি। অসমত দুটা পদৰ বাবে বিচৰা হৈছে আৱেদন

আৱেদনৰ অন্তিম তাৰিখঃ ১০ জুন

সবিশেষ যোগাযোগঃ  www.nrhmassam.in

 

ধুবুৰীৰ বি এন কলেজত কেইবাটাও সহকাৰী অধ্যাপকৰ পদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে

আৱেদনৰ অন্তিম তাৰিখঃ ১০ জুন

আৱেদন প্ৰেৰণৰ ঠিকনাঃ অধ্যক্ষ, বি এন কলেজ ধুবুৰী, ডাকঘৰঃ বিদ্যাপাৰা, জিলাঃ ধুবুৰী, পিনঃ ৭৮৩৩২৪

 

মৰাণ মহাবিদ্যালয়ত অসমীয়া, শিক্ষা, ইংৰাজী, গণিত আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপকৰ পদত নিযুক্তি৷ সবিশেষ যোগাযোগঃ www.marancollege.ac.in
ভাৰতীয় নৌ সেনাত নাৱিকৰ পদত নিযুক্তি। অবিবাহিত পুৰুষ প্ৰাৰ্থীয়ে ভাৰতীয় নৌ সেনাৰ এই নাৱিক পদৰ বাবে আৱেদন কৰিব পাৰে। আৱেদন অনলাইনযোগে কৰিব লাগিব।

সবিশেষ যোগাযোগঃ www.joinindiannavy.gov.in

 

শিৱসাগৰত অংগনৱাড়ী কৰ্মী–সহায়িকাৰ ১৩টা পদত নিযুক্তি

সবিশেষ যোগাযোগঃ  শিশু উন্নয়ন প্ৰকল্প বিষয়া, সংহত শিশু উন্নয়ন সেৱা আঁচনি, শিৱসাগৰ

 

১-৫ জুনলৈ ভাৰতীয় বায়ুসেনাৰ নিযুক্তি মেলাৰ আয়োজন। মিউজিচিয়ানৰ বিভিন্ন শাখাৰ পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে বাঁহী, ছেক্স’ফোন, ক্লেৰিঅ’নেট, ইঅ’দ্ৰোনিয়াম, গিটাৰ, ভায়’লিন, অক্টোপেড, তবলা এবিধ বাদ্যযন্ত্ৰত পাৰ্গত হ’ব লাগিব। এনচিচিৰ ‘চি’ প্ৰমাণপত্ৰ লাভ কৰা সকলেও আৱেদন কৰিব পাৰিব৷ পদসমূহ : পি চি (পুৰুষৰ বাবে), এছ এছ চি (পুৰুষ-মহিলা উভয়ৰ বাবে)।

নিযুক্তি মেলাৰ স্থানঃ ১১ এয়াৰমেন ছিলেকচন চেণ্টাৰ, ভি আই পি চ’ক, বৰঝাৰ, গুৱাহাটী
সবিশেষ যোগাযোগঃ www.airmenselection.gov.in

 

বড়োলেণ্ড বিশ্ববিদ্যালয়ত ঠিকাভিত্তিক পদত নিযুক্তি৷ একাডেমিক শাখাৰ কাৰ্যালয় সহায়কৰ ১টা পদ, চি ইউ ডি চি শাখাৰ কাৰ্যালয় সহায়কৰ ২টা পদ, পৰীক্ষা বিভাগ কাৰ্যালয় সহায়কৰ ৪টা পদ, ফাইনেঞ্চ শাখা কাৰ্যালয় সহায়কৰ ১টা পদ, ডি এছ ‍ডব্লিউ শাখা কাৰ্যালয় সহায়ক আৰু চতুৰ্থ বৰ্গ ৩টা পদৰ বাবে আৱেদনপত্ৰ বিচৰা হৈছে।

সবিশেষ যোগাযোগঃ www.bodolanduniversity.ac.in

 

অসম আৰক্ষীৰ সীমান্ত সংস্থাত পৰিদৰ্শকৰ ১টা পদ, উপ-পৰিদৰ্শকৰ ১১৩টা, হেড কনিষ্টবলৰ ৪৩টা আৰু কনিষ্টবলৰ ৬৬টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন

সবিশেষ যোগাযোগঃ www.assampolice.gov.in

 

সশস্ত্ৰ সীমা বল (SSB)ত ৩৫৫টা কনিষ্টবলৰ পদত নিযুক্তি৷ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব

আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন

সবিশেষ যোগাযোগঃ www.ssbrectt.gov.in