কলাইবাৰী, ২০ ছেপ্টেম্বৰঃ ভাৰত বাংলাদেশ সীমান্তৰ কালাইবাৰী চৰত বিএছএফৰ গুলী এটা কিশোৰ নিহত হয়৷ প্ৰাপ্ত তথ্য মতে, বাংলাদেশলৈ গৰু চালান দি থকা সময়ত বিএছএফৰ গুলিত কিশোৰজন নিহত হয়৷ নিহত কিশোৰজন মুছা কাৰীমুল্লা (১৪)৷ কাৰীমুল্লা ঘৰ  দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত কালাইবাৰী চৰত৷