ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ পুনেৰ কন্ট্র’লাৰেট অৱ কোৱালিটী এছিউৰেঞ্চত সাধাৰণ বৰ্গৰ ২২ টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৮ জুলাই

সবিশেষ যোগাযোগঃ দ্যা কন্ট্র’লাৰ, কন্ট্র’লাৰ অৱ কোৱালিটী এছিউৰেঞ্চ, অউন্ধ কেম্প, পুণে-৪১১ ০২৭

 

এছএছবিৰ ক্ৰীড়া শিতানত ৩৫৫টা কনিষ্টবল পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৩০ জুলাই

সবিশেষ যোগাযোগঃ www.ssb.nic.in

 

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ পূৱ মণ্ডলৰ অধীনস্থ কলকাতাৰ প্ৰাদেশিক মুখ্য কাৰ্যালয়ত ফায়াৰ ছাৰ্ভিচ জুনিয়ৰ এছিষ্টেণ্টৰ ১০৫টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১৯ জুলাই

সবিশেষ যোগাযোগঃ www.aai.aero

 

চিআৰপিএফ, বিএছএফ, আইটিবিপি, এছএছবি আৰু আছাম ৰাইফলছত স্পেচিয়েলিষ্ট মেডিকেল অফিচাৰৰ ২৩২টা, মেডিকেল অফিচাৰৰ ৪২৮টা আৰু ডেণ্টেল ছাৰ্জনৰ ১টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ১০ জুলাই

সবিশেষ যোগাযোগঃ www.crpf.nic.in

 

নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, চমুকৈ নাবাৰ্ডত খালী সহকাৰী প্ৰবন্ধকৰ ৯১টা পদত নিযুক্তি

অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ১০ জুলাই

সবিশেষ যোগাযোগঃ www.nabard.org

 

শ্বিলঙত অৱস্থিত নেচনেল ইনষ্টিটিউট অব টেকন’লজী চমুকৈ এনআইটি, মেঘালয়ত ১১পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২৪ জুলাই

সবিশেষ যোগাযোগঃ www.nitm.ac.in

 

অ’এনজিচিত সুৰক্ষা প্ৰৱন্ধকৰ ৪টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৫ জুলাই

সবিশেষ যোগাযোগঃ www.ongcindia.com

 

যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিদ্যা আৰু উদ্ভিদবিদ্যা বিষয়ৰ সহকাৰী অধিবক্তাৰ পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুলাই

সবিশেষ যোগাযোগঃ অধ্যক্ষ ডিচিবি ছোৱালী মহাবিদ্যালয়, যোৰহাট-৭৬৫০০১

 

নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সচিৱালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ পদত নিযুক্তি। নিযুক্তি সন্দৰ্ভত ৰাষ্ট্ৰপতি সচিৱালয়ৰ অৱৰ সচিবৰ তৰফৰ পৰা নিয়োগ জাননী জাৰি কৰা হৈছে।

আৱেদনৰ অন্তিম তাৰিখঃ বৰ্তমানলৈ ধাৰ্য কৰা হোৱা নাই

সবিশেষ যোগাযোগঃ rashtrapatisachivalaya.gov.in

 

ৰয়েল এনফিল্ডৰ গুৱাহাটী মালিগাঁওস্থিত ১নং ৰে’লৱে গেটৰ বিপৰীতে অৱস্থিত ডীলাৰ চিৰাগ এনফিল্ডত বিক্ৰী আৰু সেৱা বিভাগৰ বহুসংখ্যক পদত নিযুক্তি

সবিশেষ যোগাযোগঃ

[email protected][email protected]

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অব ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীত (DUIET) ছিনিয়ৰ ইনষ্ট্ৰাক্টৰৰ ৪টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৬ জুলাই

সবিশেষ যোগাযোগঃ www.dibru.ac.in

 

অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ দ্বাৰা অসমৰ ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ধৰ্মৰ বিভিন্ন জনগোষ্ঠীৰ ১,৪৪,৩১০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰা হৈছে। বাৰ্ষিক পৰীক্ষাত ৫০% বা ততোধিক নম্বৰ পোৱা আৰু এক লাখতকৈ কম বাৰ্ষিক আয়ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এই বৃত্তিৰ বাবে আৱেদন কৰিব পাৰিব। চৰকাৰী আৰু বেচৰকাৰী সকলো খণ্ডৰ শিক্ষানুষ্ঠানৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইনযোগে আৱেদন কৰিব লাগিব

সবিশেষ যোগাযোগঃ www.scholarships.gov.in