সম্পূৰ্ণ ২২ দিনৰ অন্তত কাৰাগাৰৰ পৰা মুক্তিলাভ শৃংখল চলিহাৰ

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জানুৱাৰী : কাৰাগাৰৰ পৰা মুক্তিলাভ কৰিলে শৃংখল চলিহাই । বৰপেটা কাৰাগাৰৰ পৰা দেওবাৰে মুক্তিলাভ লাভ কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ।

মুকলি আকাশৰ তলত আহিয়েই চৰকাৰে ২০২১ত ভূমিপুত্ৰসকলে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি চৰকাৰক প্ৰত্যাহ্বান জনালে শৃংখল চালিহাই।

১০ জানুৱাৰীতে জামিন পোৱাৰ কথা আছিল শৃংখল চালিহাই।

উল্লেখযোগ্য যে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড়ৰ বৰবৰুৱাৰ পৰা ২৪ ডিচেম্বৰত “কা” বিৰোধী আন্দোলনত ভাষণ দি থাকোতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

তাৰপিছতে বীৰ লাচিত সেনাৰ শৃংখল চলিহাক ২৬ ডিচেম্বৰত হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়াধীশ দণ্ডাধীক্ষৰ কাৰ্য্যালয়ত। তাৰপাছত ২ দিনৰ বাবে চি আই ডিয়ে জিম্মাত লৈছিল। ইয়াৰ পাছতে পুনৰ চি আই ডিয়ে ২ দিনৰ বাবে নিজৰ জিম্মাত লৈছিল শৃংখল চলিহাক।

Comments

comments

You may also read!

কেনে আছে গোৱালপাৰাৰ বান পৰিস্থিতি ?

গোৱালপাৰা ২ জুলাই   উজনিৰ পৰা নামনিলৈকে বানৰ তাণ্ডৱ। ৰাজ্যৰ কেইবাখনো জিলাৰ ৰাইজ বৰ্তমানেও ককবকাই আছে বাঢ়নী পানীত। গোৱালপাৰা জিলাতো অপৰিবৰ্তিত অৱস্থাত

Read More...

কোনে কলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিব লাগে ?

চামগুৰিৰ পৰা নাৱজ্যোতি বৰুৱা, সংবাদ ৩৬৫, ২ জুলাই : "ইউ পি এ চৰকাৰৰ দিনত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক লৈ মোদী ডাঙৰীয়াই তেতিয়াৰ

Read More...

ফুলৰ খেতি কৰি বিপাঙত এজন যুৱক

বাক্সা, সংবাদ ৩৬৫, ২ জুলাই : নিজকে স্বাৱলম্বী কৰি আনকো কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ঋণ লৈ ফুলৰ খেতি কৰি এতিয়া

Read More...

Mobile Sliding Menu