নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ মে’ : কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ সংবাদমেল। সংবাদমেলত দলৰ পৰাজয় স্বীকাৰ সভাপতিগৰাকীৰ। দলীয় নেতা-কৰ্মীক হতাশ নহ’বলৈ আহ্বান ৰাহুল গান্ধীৰ। পৰাজয়ৰ স্বত্ত্বেও আমেথিৰ জনতাক ধন্যবাদ ৰাহুল গান্ধীৰ। সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে মই জনতাৰ ৰায় গ্ৰহণ কৰিছো ।

দলীয় মঞ্চত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিলে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পদত্যাগৰ কথা। ইউ পি এৰ পৰাজয় নিশ্চিত হোৱাৰ লগে লগেই বিমৰ্ষ ৰাহুল গান্ধী।

ইফালে দলৰ পৰাজয় স্বীকাৰ কৰিলে বিজয় ক্ষণত বিজেপি, নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন । বিজেপি প্ৰতিদ্বন্দ্বী স্মৃতি ইৰাণীকো অভিনন্দন জ্ঞাপন ৰাহুল গান্ধীৰ।