ডবকা, সংবাদ ৩৬৫, ২১ জানুৱাৰী : ডবকাত ভয়ংকৰ পথ দুৰ্ঘটনাত । দুৰ্ঘটনাত নিহত হয় ডবকা চহৰৰ এজন যুৱক।নিহত যুৱকজনৰ নাম ডবকা চহৰৰ ৰৌজ বুলি জানিব পৰা গৈছে । ডবকাৰ শালমাৰাত সংঘটিত হয় এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাত আন এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

অচিনাকি এখন বাহনে দুৰ্ঘটনাটো সংঘটিত কৰে । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ডিফু অভিমুখে পলায়ন কৰে বাহনখনে ।