বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ১০ জুলাইঃ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়নছ্ মেকাৰ একাডেমীত যোৱা ০৮ জুলাই ২০১৮ তাৰিখে দিনযোৰা কাৰ্য্যসূচীৰে আৰম্ভ হোৱা বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰউদ্যোগত ৩৫ সংখ্যক ৰাজ্যিক টাইকোৱানডো প্ৰতিযোগিতাৰ সফল সমাপ্তি ঘটে। এই প্ৰতিযোগিতাখনত বিশ্বনাথ জিলাৰ দলটি নিৰ্বাচিত কৰা হয় ৷ প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি কৰে বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ স্থায়ী সভাপতি দিৱ্যজ্যোতি বৰুৱাই পুৱা ১০ বজাত পতাকা উত্তোলন কৰে আৰু বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ কৰিকৰী সঞ্চালক পাৰ্থ হাজৰিকাই প্ৰতিযোগিতাৰ দ্বাৰ মুকলি কৰাৰ লগতে বিশ্বনাথ চাৰিআলিৰ জেষ্ঠ সাংবাদিক নিৰঞ্জন হাজৰিকাই৷ উক্ত প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে চেম্পিয়নছ মেকাৰ একাডেমীয়ে। বিশ্বনাথ জিলা টাইকোৱানডো সন্থাৰ সাধাৰণ সম্পাদক হৃদয়া নন্দ দাসে জনোৱা মতে সোনৰ পদক লাভ কৰে সমীৰন বনীয়া, মানস দাহাল, আংগৰাগ তপ্ন, পলকংকন পেগু, দৃস্টান্ত বৰুৱা, মদন চন্দ্ৰ শৰ্মা, হিমাংশু শৰ্মা, উদয় শৰ্মা, কোনাল জাদৱ, ভাস্কৰ জ্যোতি শৰ্মা, অনুপ মেচ, মনদীপ বৰুৱা, প্ৰদীপ ডেউৰী, জতীন বৰা, বিমল দাহাংগা, কুমুদ গঢ়, বিশৱ নাৰ্জাৰী, অমৃত দৈমাৰী, কোন্দন উপাধ্যায়, কৌশিক ঘোষ, জয়ন্ত কলিতা, শিল্পী ঠাকুৰ, হৰসীকা জৈন, ভূমিস্থা দাস, হৰ্সীতা শইকীয়া, নভলী তালুকদাৰ, ভাব্যশ্ৰুতি বৰা, ৰিস্টা ভাগৱতী, নাৰজীনা আহমেদ, জিম্পী দেৱী, অত্যেয়ী মেচ, বেদিকা গুপ্তা, দিপ্তি ভেংগৰা, সীমা দাস, ইস্পিতা ভাগৱতী, পম্পী নাৰ্জাৰী, চুমন মণ্ডল, নয়নী গগৈয়ে আৰু ৰূপৰ পদক লাভ কৰে ক্ৰমে হৃদয় জৈন, ৰিশৰ্ভ নাথ, পিঞ্জন কাশ্যপ, উপমান্য মহন্ত, শুভায়ু সৰকাৰ, গিৰিন হাজৰিকা, সুৰজিৎ বৰা, বিশাল মুছাহাৰী, মিলন জ্যোতি বৰদলৈ, পাপু শৰ্মা, ললিত ভূজেল, দিম্পল দাস, অনন্যা গুপ্তা, শ্ৰেয়াশ্ৰী কাশ্যপ, অভিপ্ৰিথি সিং, পৰিস্মিতা শইকীয়া, নিয়ৰ নয়ন কাশ্যপ, প্ৰিয়ংকা সেন, দিচাশ্ৰী বৰদলৈ, দিম্পী বসুমতাৰী, পৰিস্মিতা শইকীয়া, দি্শ্বীতা মল্লিকা বৰুৱা, ৰিজা বসুমতাৰী, বন্তি ডেউৰীয়ে ৷ লগতে শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে পুৰুষৰ হিমাংশু শৰ্মা আৰু মনদীপ বৰুৱাই লগতে মহিলা শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে বিশ্বনাথৰ নৱোদয় বিদ্যালয়ৰ বেদিকা গুপ্তাই ৷ প্ৰতিযোগিতাখনি সফল ৰূপায়নৰ ক্ষেত্ৰত সহায় আগবঢ়াই সঞ্জীৱনী হস্পিটাল, বিশ্বনাথ টি আৰু যুৱ ব্যবসায়ী চন্দন গুপ্তাই ৷