• ৰাজ্য চৰকাৰৰ বন বিভাগত এএফপিএফ কনিষ্টবলৰ ১৩২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৬ মে’
    সবিশেষ যোগাযোগঃ http://assamforest.in

 

  • বেংক অৱ ইণ্ডিয়াত মেনেজাৰ আৰু বিষয়াৰ ৬৭০টা পদত নিযুক্তি
    অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ৫ মে’
    সবিশেষ যোগাযোগঃ www.bankofindia.co.in

 

  • মুখ্যমন্ত্ৰী গ্ৰাম্য উন্নয়ন যোজনাৰ মেগা মিছন ছ’চাইটীৰ অধীনত এম আই এছ ডেটা মেনেজাৰৰ ১টা, এম আই এছ ডেটা এছিষ্টেণ্টৰ ২টা, একাউণ্ট অফিচাৰৰ ১টা, একাউণ্টছ এছিষ্টেণ্টৰ ৩টা আৰু জুনিয়ৰ এক্সিকিউটিভৰ ২টা ঠিকাভিত্তিক পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ১৬ মে’
    সবিশেষ যোগাযোগঃ http://mmscmsguy.assam.gov.in

 

  • দেনা বেংকত ৩০০ প্ৰবেচনাৰী অফিচাৰ আৰু জুনিয়ৰ মেনেজমেণ্ট অফিচাৰৰ পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৯ মে’
    সবিশেষ জানিবলৈ ৱেবছাইট :www.denabank.co.in

 

  • গুৱাহাটীৰ কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত জুনিয়ৰ এছিষ্টেণ্টৰ ৮৩টা আৰু এছিষ্টেণ্ট ষ্টোৰ কীপাৰৰ মুঠ ৬টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৬ মে’
    সবিশেষ যোগাযোগঃ www.dteassam.in

 

  • নেচনেল ছীড কৰ্পোৰেচনত একাধিক শিতানৰ ১৮৪টা পদত নিযুক্তি৷ পদসমূহ উদ্যোগটোৰ বাণিজ্যিক আৰু প্ৰাদেশিক কাৰ্যালয়সমূহত পূৰণ কৰা হ’ব
    আৱেদনৰ অন্তিম তাৰিখঃ ৬ মে’
    সবিশেষ জানিবলৈ ৱেবছাইট : www.indiaseeds.com

 

  • কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত ১৯টা পদত ঠিকাভিত্তিক নিযুক্তি৷ ক্লাৰ্ক আৰু একাউণ্টেণ্টৰ ১টা আৰু ভ’কেচনেল টীচাৰৰ ১৮টা পদৰ বাবে ১৮ আৰু ১৯ মে’ত অনুষ্ঠিত হ’ব সাক্ষাৎকাৰ
    সবিশেষ যোগাযোগঃ উপায়ুক্ত কাৰ্যালয়

 

  • গুৱাহাটীৰ এটা মাল্টি কালাৰ অফছেট প্ৰেছত একাধিক পদৰ বাবে প্ৰাৰ্থীৰ সন্ধান৷ মাৰ্কেটিং এগজিকিউটিভ, অফিচ এগজিকিউটিভ, গ্ৰাফিক্স ডিজাইনাৰ, অফছেট মেচিনমেন আৰু দহটা হেল্পাৰৰ পদত নিযুক্তি
    সবিশেষ যোগাযোগঃ ৯৮৬৪১-৩৩৭৪৬ আৰু ৯৮৬৪০-৫৭৭৫৩

 

  • নগাঁৱৰ ছল্ট ব্ৰুক স্কুলত গণিত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, তৰ্কশাস্ত্র আৰু দৰ্শন, ভূগোল আৰু শিক্ষাতত্ত্ব বিষয়ৰ শিক্ষকৰ পদত নিযুক্তি
    সবিশেষ যোগাযোগঃ ৯৪৩৫৭-২২৬৬১, ৯৩৯৯১-৭৭৩০৬

 

  • মাৰুতি ছুজুকীৰ ডীলাৰ NEXA DEALERSৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া শাখাত বিভিন্ন শাখাৰ ২৪টা পদত নিযুক্তি৷ ইচ্ছুক প্ৰাৰ্থীয়ে কৰিব পাৰিব আৱেদন
    সবিশেষ যোগাযোগঃ ৮১০০৬-০০০০৮

 

  • দিল্লীৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউটত ফেকাল্টীৰ ২০৩টা আৰু পেৰামেডিকেলৰ ১৮৩টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২০ মে’৷
    সবিশেষ যোগাযোগঃ www.dsci.nic.in

 

  • ৰে’ল মন্ত্ৰণালয়ৰ অধীনস্থ প্ৰতিষ্ঠান কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ কৰ্প’ৰেচন অব ইণ্ডিয়া লিমিটেডত তিনিটা বিভাগৰ ৭৪টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ১৫ মে’
    সবিশেষ যোগাযোগঃ www.dfccil.gov.in