তেজপুৰ মহাবিদ্যালত Professor, Associate Professorৰ ২৭টা, Research Associate, Field Assistantৰ ৪টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২৩ জুন

সবিশেষ যোগাযোগঃ  www.tezu.ernet

 

অসম বিশ্ববিদ্যালয়ত গেষ্ট ফেকাল্টিৰ ৫টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৪ জুলাই

সবিশেষ যোগাযোগঃ  www.asu.ac.in

 

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত লেবৰেটৰীত কেইবাটাও পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৩ জুলাই

সবিশেষ যোগাযোগঃ www.dibru.ac.in

 

ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ নেচনেল ডিফেঞ্চ একাডেমী আৰু নেভেল একাডেমীত ২০৮টা পদ আৰ্মীৰ, ৫৫টা পদ নেভীৰ আৰু ৭২টা পদ এয়াৰফ’ৰ্চৰ মুঠ ৩৯০ টা পদত নিযুক্তি৷  ইউপিএছচিৰ জৰিয়তে আৱেদনৰ আহ্বান কৰা হৈছে

অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ৩০ জুন

সবিশেষ যোগাযোগঃ www.upsconline.nic.in

 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰিঞ্চিপাল ছীটত ১০জন ল’ ক্লাৰ্কক অস্থায়ীভাৱে নিযুক্তি১৯ জুনৰ পৰা অনলাইনত আৰম্ভ হ’ব আৱেদনৰ প্ৰক্ৰিয়া

অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ৩ জুলাই

সবিশেষ যোগাযোগঃ www.ghconline.gov.in

 

ভাৰত চৰকাৰৰ তীখা মন্ত্ৰণালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰাষ্ট্ৰীয় ইস্পাট নিগম লিমিটেডৰ বিশাখাপট্টনমত ষ্টীল প্লাণ্টত ৭০০ পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২১ জুন

সবিশেষ যোগাযোগঃ www.vizagsteel.com

 

অক্সলেবছ নামৰ ৱেব ডেভেলপমেণ্ট কোম্পানীৰ খালী হোৱা পদত নিযুক্তি

অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব

সবিশেষ যোগাযোগঃ www.enterhelix.com/career

 

মেঘালয়ৰ তুৰাস্থিত ডনবস্ক’ কলেজত অৰ্থনীতিৰ প্ৰবক্তাৰ পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২৫ জুন

আৱেদন কৰিবলৈ ই মেইলঃ [email protected]

সবিশেষ যোগাযোগঃ ৯৪০২১ ৫২৪৯৬, ৯৮৬৮২ ৫২৪৯৬

 

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অধীনস্থ ২১২খন ফাষ্ট ট্ৰেক ক’ট আৰু ৩৮খন অতিৰিক্ত আদালতথ মুঠ ১৯,৫৫টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ৩ জুলাই

সবিশেষ যোগাযোগঃ www.allahabadhighcourt.in

 

ৰাষ্ট্ৰীয় হঁস্ততাত উন্নয়ন কাৰ্যসূচীৰ অধীনত বিশ্বনাথ চাৰিআলিৰ বিহালী উন্নয়ন খণ্ডত ব্লক লেভেল ক্লাষ্টাৰৰ বাবে হঁস্ততাত আৰু বস্ত্ৰশিল্প বিভাগৰ পৰা ডিজাইনাৰ তথা ডিপ্লোমা হল্ডাৰৰ নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২২ জুন

আৱেদন প্ৰেৰণৰ ঠিকনাঃ তৰুলতা শৰ্মা, সম্পাদক, নৱোদয় বোৱা–কটা এছ এছ লিমিটেড, নাচবৰ, ডাকঘৰ– বেদেতী, জিলা– বিশ্বনাথ, পিন– ৭৮৪১৭৯

সবিশেষ যোগাযোগঃ ৮৮৭৬৮ ০৮১৯০৫, ৮৮৭৬৮ ০৮১০৫

 

ডিব্ৰুগড়ৰ ডি এইচ এছ কে কমাৰ্চ কলেজত একাউণ্টেঞ্চী, মেনেজমেণ্ট আৰু ষ্টেটিছটিক্সৰ সহকাৰী অধ্যাপকৰ ৩টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২৭ জুন

সবিশেষ যোগাযোগঃ www.dhskcommercecollege.edu.in

 

অসম আৰক্ষীৰ সীমান্ত সংস্থাত পৰিদৰ্শকৰ এটা, উপ-পৰিদৰ্শকৰ ১১৩টা, হেড কনিষ্টবলৰ ৪৩টা আৰু কনিষ্টবলৰ ৬৬টা পদত নিযুক্তি

আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন

সবিশেষ যোগাযোগঃ www.assampolice.gov.in