নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ নৱেম্বৰ : আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে সোণ আৰু ৰূপৰ মূল্য। যাৰ প্ৰভাৱ পৰিছে ভাৰতবৰ্ষতো।

অসমৰ গুৱাহাটী মহানগৰতো বুধবাৰে ১০ গ্ৰাম সোণৰ পূৰ্বৰ মূল্যৰ ৩৯,৮০০ৰ বিপৰীতে হয়গৈ ৩৯,৬৫০ টকা।

ইফালে দিল্লীতো প্ৰতি কিলোগ্ৰাম ৰূপত হ্ৰাস পাইছে ৯০৬ টকা পর্যন্ত। সেইদৰে প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পাইছে প্ৰায় ৩০১ টকা পৰ্যন্ত ।