পুণে, সংবাদ৩৬৫, ২৮ ছেপ্টেম্বৰ : উৎসৱৰ বতৰত চিকিৎসক আদি প্ৰফেচনেলসকলৰ বাবে বাজাজ ফাইনেঞ্চৰ ঋণ দিয়া শাখা বাজাজ ফাইনেঞ্চ লিমিটেডৰ জৰিয়তে কোম্পানীটোৱে ঘোষণা কৰিছে এক আকৰ্ষণীয় পুৰস্কাৰ।

২০১৯ খনৰ ৪ ছেপ্টেম্বৰৰ পৰা ৫ নৱেম্বৰলৈকে লোণৰ বাবে আবেদন কৰা প্ৰফেচনেল ব্যক্তিসকলে অতি সহজেই লাভ কৰিব লোণৰ ধন। ইয়াৰোপৰি তেওঁলোকে লাভ কৰিব এক আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰাৰ সুবিধা। য’ত আবু ধাবিলৈ যাত্ৰা কৰিবলৈ সুবিধা পোৱাৰ লগতে পাব ৫০০০ টকাৰ গিফ্ট ভাউচ্চাৰ।

এনেধৰণৰ উৎসৱৰ বতৰত নিজৰ ঘৰটো ৰিন’ৱেশ্যন কৰিবৰ বাবে প্ৰয়োজন হোৱা পৰ্য্যাপ্ত ধনৰ বাবে বাজাজে দিছে পাৰ্চনেল লোণ।

শাৰদীয় দুৰ্গোৎসৱৰ দৰে পূজাৰ বতৰত কাৰ্য্যালয় আটকধুনীয়াকৈ সজাই তুলিবৰ বাবেও বাজাজ ফাইনেঞ্চে দিছে ব্যৱসায় ঋণ । এই লোণৰ বাবে ২৪ ঘণ্টাৰ ভিতৰতে আবেদন কৰিব পাৰিব অথবা আবেদন বাতিল কৰাৰো সুবিধা দিছে কোম্পানীটোৱে। ইয়াৰোপৰি কোম্পানীটোৱে দিছে আদৰ্শ লোণ।

বাজাজ ফাইনেঞ্চ লিমিটেড হৈছে দেশৰ প্ৰায় ৩৬ মিলিয়নতকৈ অধিক গ্ৰাহকৰ বাবে ভাৰতৰ বজাৰৰ এন বি এফ চিৰ মাজৰ এটা কোম্পানী। মুখ্য কাৰ্যালয় পুনেত অৱস্থিত এই কোম্পানীত কনজিউমাৰ ডিউৰেবল লোণ, লাইফ ষ্টাইল ফাইনেঞ্চ, ডিজিটেল প্ৰডাক্টৰ ফাইনেঞ্চ, পাৰ্চনেল লোণ, লঘু ব্যৱসায় লোণ, গৃহ লোণ, ক্ৰেডিত কাৰ্ড আদিকে ধৰি কেইবাটাও লোণৰ লগতে গ্ৰামীণ বিভাগো সংযুক্ত হৈ আছে ।

গ্ৰামীণ বিভাগটোত ফিক্স ডিপ’জিতৰ লগতে গোল্ড লোণ আৰু গাড়ীৰ বাবে ৰিফাইনেঞ্চ ঋণৰো সুবিধা আছে।

অধিক জানিবৰ বাবে লগ ইন কৰিব পাৰে https://www.bajajfinserv.in ।