• অসম লোকসেৱা আয়োগৰ জৰিয়তে সহকাৰী অভিযন্তা আৰু শিক্ষা বিষয়াৰ মুঠ ৩২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩০ মে’
    সবিশেষ যোগাযোগঃ www.apsc.nic.in

 

  • ভাৰত চৰকাৰৰ অধীনস্থ পৱনহংসত শিক্ষা নবিচৰ মুঠ ২৮টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩০ মে’
    সবিশেষ যোগাযোগঃ www.pawanhans.co.in

 

  • অসম আৰক্ষীৰ সীমান্ত সংস্থাত পৰিদৰ্শকৰ ১টা, উপ-পৰিদৰ্শকৰ ১১৩টা, হেড কনিষ্টবলৰ ৪৩টা আৰু কনিষ্টবলৰ ৬৬টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন
    সবিশেষ যোগাযোগঃ www.assampolice.gov.in

 

  • সশস্ত্ৰ সীমা বল (SSB)ত ৩৫৫টা কনিষ্টবলৰ পদত নিযুক্তি৷ ক্ৰীড়া ক্ষেত্ৰৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব
    আৱেদনৰ অন্তিম তাৰিখঃ ২০ জুন
    সবিশেষ যোগাযোগঃ www.ssbrectt.gov.in

 

  • অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানত ষ্টেট প্ৰজেক্ট মেনেজাৰ (ম’বিলাইজেচন), কাউন্সেলিঙৰ ১টা, প্ৰজেক্ট মেনেজাৰ- আই টিৰ ১টা, একাউণ্টছ এছিষ্টেণ্টৰ ২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩১ মে’
    সবিশেষ যোগাযোগঃ www.asrims.assam.gov.in

 

  • ভাৰতীয় ৰিজাৰ্ভ বেংকত খালী অফিচাৰ গ্ৰেড বিৰ মুঠ ১৬১টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৩ মে’
    সবিশেষ যোগাযোগঃ www.rbi.gov.in

 

  • পাব্লিক হেল্থ ইঞ্জিনীয়াৰিঙ বিভাগত সহকাৰী অভিযন্তাৰ ২৪টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ৩১ মে
    অনলাইন আৱেদনৰ ৱেবছাইটঃ www.apsc.nic.in
    সবিশেষ যোগাযোগঃ অতিৰিক্ত সচিব,অসম লোকসেৱা আয়োগ, জৱাহৰনগৰ, খানাপাৰা, গুৱাহাটী-৭৮১০২২

 

  • গুৱাহাটীৰ কাহিলীপাৰাস্থিত কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত জুনিয়ৰ এছিষ্টেণ্টৰ ৮৩টা আৰু এছিষ্টেণ্ট ষ্টোৰ কীপাৰৰ মুঠ ৬টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৬ মে’
    সবিশেষ যোগাযোগঃ www.dteassam.in

 

  • গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত প্ৰধান বন সংৰক্ষক আৰু মুখ্য বন বাহিনীৰ কাৰ্যালয়ৰ অধীনত মুঠ ১৩২টা পদত নিযুক্তি আৱেদনৰ অন্তিম তাৰিখঃ ২৬ মে’
    সবিশেষ যোগাযোগঃ www.assamforest.in আৰু ফোন নং ৭০৮৬০-৯৩২৩৮, ৭৫৭৮৯-৪১০০৩

 

  • দিল্লী পাব্লিক স্কুল, অ’ এন জি চি নাজিৰাৰ ফালৰ পৰা ৮টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২২ মে’
    সবিশেষ যোগাযোগঃ www.dpsnazira.net

 

  • ইণ্ডিয়ান অইল কৰ্প’৸ৰেচনৰ হালদিয়া ৰিফাইনেৰীত খালী জুনিয়ৰ ইঞ্জিনীয়াৰিং এছিছটেন্ট আৰু জুনিয়ৰ মেটেৰিয়েল এছিছটেণ্ট তথা জুনিয়ৰ কোৱালিটী কন্ট্রল এনালিষ্টৰ ৭৪টাকৈ পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখঃ ২৯ মে’
    সবিশেষ যোগাযোগঃ www.iocl.com

 

  • ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সংস্থা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ কৰ্ণাটকৰ মাষ্টাৰ কন্ট্রোল ফেচিলিটীত শিতানৰ ২২টা পদত নিযুক্তি
    আৱেদনৰ অন্তিম তাৰিখ ২৩ মে’
    সবিশেষ যোগাযোগঃ www.mcf.gov.in