কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগৰ বাবে ইচ্ছুক ৰাহুল গান্ধী : বিজয় ক্ষণত বিজেপি, নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ মে’ : কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ সংবাদমেল। সংবাদমেলত দলৰ পৰাজয় স্বীকাৰ সভাপতিগৰাকীৰ। দলীয় নেতা-কৰ্মীক হতাশ নহ’বলৈ আহ্বান ৰাহুল গান্ধীৰ। পৰাজয়ৰ স্বত্ত্বেও আমেথিৰ জনতাক ধন্যবাদ ৰাহুল গান্ধীৰ। সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে মই জনতাৰ ৰায় গ্ৰহণ কৰিছো ।

দলীয় মঞ্চত ৰাহুল গান্ধীয়ে প্ৰকাশ কৰিলে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পদত্যাগৰ কথা। ইউ পি এৰ পৰাজয় নিশ্চিত হোৱাৰ লগে লগেই বিমৰ্ষ ৰাহুল গান্ধী।

ইফালে দলৰ পৰাজয় স্বীকাৰ কৰিলে বিজয় ক্ষণত বিজেপি, নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন । বিজেপি প্ৰতিদ্বন্দ্বী স্মৃতি ইৰাণীকো অভিনন্দন জ্ঞাপন ৰাহুল গান্ধীৰ।

Comments

comments

You may also read!

লাখ লাখ ভক্তৰ সমাবেশেৰে উজ্বলিব নীলাচলৰ বুকু : অম্বুবাচী মেলা উপলক্ষে চাৰিদিনৰ বাবে নিষিদ্ধ হ’ব ডিজি, এমজি ৰোডত বাছৰ চলাচল

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত

Read More...

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে অসম আৰক্ষীৰ সজাগতা সভা : ছাত্ৰ-ছাত্ৰীক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : মহানগৰীৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিত

Read More...

ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্তক সহায়ৰ হাত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ

নিউজ ডেস্ক , সংবাদ ৩৬৫, ১৯ জুন : কৰ্মৰে মহানুভৱতাৰ পৰিচয় দিলে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে। ৰাষ্ট্রীয়

Read More...

Mobile Sliding Menu