নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ মে’ : গোলাঘাট সমষ্টিত পঞ্চম ৰাউণ্ড ভোটগণণাৰ অন্তত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ১৯,১৬০ ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ মণিমাধৱ মহন্তই ১৭,১৫৪ ভোট লাভ কৰিছে ।

ইফালে নেশ্যনেল পিপুলছ্ পাৰ্টিৰ আব্দুল আজিজে বৰ্তমানলৈকে লাভ কৰিছে ১৮২, হিন্দুস্তান নিৰ্মাণ দলৰ দিগন্ত কুমাৰ শইকীয়াই ২১১, অসম জন মৰ্চাৰ হাৰিকুল ইছলাম ভূঞা ই ৮৫, নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে ৪৬৮ আৰু ভাস্কৰ গগৈয়ে ১৩৭ টাকৈ ভোট লাভ কৰিছে।