NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালৰ বদৰপুৰৰ পৰা আগৰতলা, নিশ্চিন্তপুৰ আৰু ছাব্ৰুমলৈ ৰে’লৱে আন্তঃগাঁথনি পৰিদৰ্শন
নিউজ ডেস্ক, ১৮ অক্টোবৰ, ২০২৬ : উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰবন্ধক আশীষ বানছালে ১৪ অক্টোবৰ, ২০২৬ তাৰিখে বদৰপুৰৰ (Badarpur) পৰা আগৰতলালৈ, আগৰতলাৰ পৰা নিশ্চিন্তপুৰলৈ আৰু আগৰতলাৰ পৰা ছাব্ৰুমলৈ ৰে’লৱেৰ আন্তঃগাঁথনি পৰিদৰ্শন কৰে। বদৰপুৰৰ পৰা আৰম্ভ হোৱা এই পৰিদৰ্শনৰ সময়ত তেওঁ …