NF Railway : উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত লামডিং মণ্ডলৰ খাদ্য সুৰক্ষা মানদণ্ডৰ এক বৃহৎ সফলতা অৰ্জন
নিউজ ডেস্ক, ৩০ এপ্ৰিল, ২০২৬ : যাত্ৰীসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যসন্মত খাদ্য নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং (Lumding) মণ্ডলৰ অধীনস্থ ১০ টা ৰে’লৱে ষ্টেচন আৰু মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধকৰ কাৰ্যালয় কেণ্টিনক ভাৰতৰ খাদ্য সুৰক্ষা আৰু …