প্ৰশাসনীয় সেৱাৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰবৰ্তনেৰে ইউ এছ টি এমৰ নতুন পদক্ষেপ
গুৱাহাটী, সংবাদ ৩৬৫, ৪ মে’ : দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পাছত কলা শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে স্নাতক পৰ্য্যায়ত এক নতুন পাঠ্যক্ৰমৰ সূচনা কৰিছে ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকনল’জী, মেঘালয়ে । এই তিনি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীসকলে স্নাতক ডিগ্ৰী অর্জন কৰাৰ …