Sonapur Eviction : সোণাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ, ২০২৪ : সোণাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে আজি নিজৰ বাসগৃহত এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লুৰীণজ্যোতি গগৈয়ে কয় “চৰকাৰী মাটি, …

Boxing : ১৫ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

গুৱাহাটী, ১৩ ছেপ্টেম্বৰ, ২০২৪ : অহা ১৫ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতা৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়া (বি এফ আই)ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখন গুৱাহাটীৰ ছাই …

Smart Meter : মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ বিক্ষোভ

মঙলদৈ, ১৩ ছেপ্তেম্বৰ, ২০২৪ : মঙলদৈত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপৰ (Aap) বিক্ষোভ। আদানিৰ স্বাৰ্থত লুণ্ঠন চলাইছে চৰকাৰে বুলি অভিযোগ আপ অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীৰ। এপিডিচিএলৰ প্ৰিপেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আজি মঙলদৈত আম আদমি পাৰ্টীয়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। …

Rangapani Railway Station : ৰঙাপানী ষ্টেচন য়াৰ্ডৰ গুৰুত্বপূৰ্ণ উন্নয়নমূলক কামৰ বাবে সাজু উত্তৰ পূব সীমান্ত ৰে’লৱে 

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ, ২০২৪ : ৰে’লৱে সুৰক্ষা আৰু ৰে’ল পৰিচালনৰ দক্ষতা অধিক উন্নত কৰাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) ইয়াৰ সমগ্ৰ নেটৱৰ্কত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আন্তঃগাঁথনি, সুৰক্ষা আৰু অংশীদাৰসকলক প্ৰদান কৰা সেৱা উন্নত কৰাৰ দিশত অবিৰত প্ৰচেষ্টাৰ …

Football : আজিৰে পৰা একাদশ আই এছ এল ফুটবল প্ৰতিযোগিতা

গুৱাহাটী, ১২ ছেপ্টেম্বৰ, ২০২৪ : প্ৰথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভণি কৰা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কাইলৈৰ পৰা আৰম্ভ হ’বলগা ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ (ISL) তো এইবাৰ সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে সাজু হৈছে৷ লীগত …

North East : য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনৰ সামৰণি

গুৱাহাটী, ১১ ছেপ্টেম্বৰ, ২০২৪ : বেডমিণ্টন (Badminton) এছ’চিয়েচন অব ইণ্ডিয়া (বাই)ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি পৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে নটা …

North East : উত্তৰ-পূব বেডমিণ্টন প্ৰতিযোগিতাত মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

গুৱাহাটী, ১০ ছেপ্টেম্বৰ, ২০২৪ : অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্ৰিয়া হাজৰিকাই চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন (Badminton) প্ৰতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ একক শাখাৰ খিতাপ লাভ কৰিছে৷ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ …

Cancer : কৰ্কট ৰোগ নিবাৰণৰ বাবে ষ্টেম চেল দাতা পঞ্জীয়ন কৰিবলৈ ডিকেএমএছ-বিএমএছটি আৰু ইউএছটিএমৰ যুগ্ম অভিযান

নিউজ ডেস্ক, ১০ ছেপ্টেম্বৰ, ২০২৪ : তেজৰ কৰ্কট (Blood Cancer) ৰোগৰ বৰ্ধিত প্ৰাদুৰ্ভাৱ আৰু চিকিৎসা বিকল্প হিচাপে ষ্টেম চেল ট্ৰান্সপ্লাণ্টৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াসত ডি কে এম এছ বি এম এছ টি ফাউণ্ডেশ্যন ইণ্ডিয়া নামৰ এটা অগ্ৰণী সংস্থাই …

North East : উত্তৰ-পূব বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ মহিলাৰ সাফল্য

গুৱাহাটী, ৯ ছেপ্টেম্বৰ, ২০২৪ : অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলে চলিত য়’নেক্স-ছানৰাইজ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাত (Badminton Championship) টীম ইভেণ্টৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, জুনিয়ৰ ল’ৰাৰ দলীয় শাখাৰ ফাইনেলত অসম পৰাস্ত হৈ ৰূপৰ পদক লাভ কৰিছে৷ …

Zublee Foundation : জুবলী ফাউণ্ডেচনৰ উদ্যোগত মৃতকৰ অংগদান কৰ্মশালা

গুৱাহাটী, ৮ ছেপ্টেম্বৰ, ২০২৪ : নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেডৰ সহযোগত জুবলী ফাউণ্ডেচনে যোৱা ৫ আৰু ৬ ছেপ্টেম্বৰত মৃতকৰ অংগদানৰ ওপৰত ধাৰাবাহিক কৰ্মশালা অনুষ্ঠিত কৰে। এই প্ৰকল্পৰ বৰদান (VARDAAN) দ্বিতীয় অধ্যায় মণিপুৰৰ ইম্ফল আৰু কাকচিং জিলাত অনুষ্ঠিত হয়৷ এই …