নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ মে’ : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ ফলাফলসমূহ ক্ৰমে

প্ৰথম স্থান লাভ কৰিছে অসীম সৰকাৰ, বিবেকানন্দ জুনিয়ৰ কলেজ, কাছাৰ
দ্বিতীয় স্থান – নিবেদিতা গগৈ, ক্ৰিচেণ্ট একাডেমী, যোৰহাট
দ্বিতীয় স্থান – আয়ুসী জৈন, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী
তৃতীয় স্থান – নিশা আগৰৱাল, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী
চতুৰ্থ স্থান – অৰুণাভ নাথ, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী
পঞ্চম স্থান – ৰাহুল ৰয়, গুৱাহাটী কমাৰ্চ কলেজ, গুৱাহাটী

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ফলাফলসমূহ ক্ৰমে

প্ৰথম স্থান – ছয়ন মজুমদাৰ, দৰং কলেজ, শোণিতপুৰ
প্ৰথম স্থান – বিতোপন আৰান্ধৰা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
দ্বিতীয় স্থান – ডেইজী পাঠক, শিলচৰ চৰকাৰী বালক উচ্চ মাঃ বিদ্যালয়, কাছাৰ
দ্বিতীয় স্থান – দীক্ষান্ত শইকীয়া, তেজপুৰ বেংগলী বয়জ HS স্কুল, শোণিতপুৰ
তৃতীয় স্থান – হৃদি প্ৰিয়ম শৰ্মা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
চতুৰ্থ স্থান – দ্বিপ্তদীপ ভট্টাচাৰ্য, ছল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়
চতুৰ্থ স্থান – হিৰকজ্যোতি হাজৰিকা, মেট্ৰিক্স জুনিয়ৰ কলেজ, নগাঁও
পঞ্চম স্থান – পাৰ্থ প্ৰতীম চহৰীয়া, দেওমৰনৈ উচ্চ মাঃ বিদ্যালয়, দৰং
পঞ্চম স্থান – আয়ন কৌশিক মহন্ত, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও
পঞ্চম স্থান – বিশাল বৰুৱা, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও

উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ ফলাফলসমূহ ক্ৰমে

প্ৰথম স্থান – খুছবু ফিৰদৌজ, ব্ৰিলিয়াণ্ট একাডেমী. দৰং
দ্বিতীয় স্থান – কৌশিক কছাৰী, প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজ, যোৰহাট
দ্বিতীয় স্থান – গীতাঞ্জলি বৰঠাকুৰ, কনচেপ্ট জুনিয়ৰ কলেজ, নগাঁও
তৃতীয় স্থান – কানায়াশ্ৰী ভাগৱতী, ক্ৰিচেণ্ট একাডেমী, যোৰহাট
চতুৰ্থ স্থান – জুপিতৰা শৰ্মা, ৰঞ্জিত শৰ্মা একাডেমী জুনিয়ৰ কলেজ, দৰং
পঞ্চম স্থান – জগমোহন কলিতা, কৃষ্ণগুৰু মহাবিদ্যালয়, বৰপেটা
পঞ্চম স্থান – শ্ৰুতি সোণোৱাল, আৰ ডি জুনিয়ৰ কলেজ, তিনিচুকীয়া