বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৭ জানুৱাৰী: ৰাজ্যৰ চুকে -কোনে নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবী অব্যাহত আছে। বাইহাটা চাৰিঅালিৰ কমলপুৰৰ বোৰ্কাটো বিধেয়কখনক লৈ দল-সংগঠনসমূহে জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। আছু, জাতীয়তাবাদী যুব ছাত্র পৰিষদকে ধৰি স্হানীয় ৰাইজে জোৰ লৈ উলিয়াই এই সমদল । সমদলকাৰীয়ে- চৰকাৰ বিৰোধী বিভিন্ন শ্লো’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । যিকোনো বিনিময়তে এই বিধায়েকখন গৃহীত হব দিয়া নহব বুলিও চৰকাৰৰক সকীয়াই দি প্ৰতিবাদ সাব্যস্ত কৰে।