গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : নিশা যোৰাবাট আৰক্ষী আৰু বশিষ্ঠ আৰক্ষীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিল অভিযান ।অভিযানত জব্দ ১১ খন কৈ অত্যাধিক কয়লা কঢ়িওৱা ,নথি পত্ৰ বিহিন কয়লাভৰ্তি ট্ৰাক ।

মাৰ্ঘেৰিটা আৰু মেঘালয়ৰ পৰা সৰবৰাহ কৰা হৈছিল উক্ত কয়লাসমূহ । সম্প্ৰতি ট্ৰাকৰ চালক হেন্দিমেনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যোৰাবাট আৰক্ষীয়ে ।