Skip to content
sangbad365.com
sangbad365.com
  • প্ৰথম পৃষ্ঠা
  • ৰাজ্য
  • ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
  • ক্ৰীড়াংগন
  • তথ্য-সঁফুৰা
  • কলা-সংস্কৃতি
  • ব্যৱসায়
  • Hindi
  • English
  • WebStory
  • প্ৰথম পৃষ্ঠা
  • ৰাজ্য
  • ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
  • ক্ৰীড়াংগন
  • তথ্য-সঁফুৰা
  • কলা-সংস্কৃতি
  • ব্যৱসায়
  • Hindi
  • English
  • WebStory

ৰাষ্ট্ৰীয় ঘাইপথত চি আৰ পি এফৰ জোৱানৰ অবৈধ ধন সংগ্ৰহ

Photo of author

By Sangbad 365

|

April 25, 2017

গুৱাহাটী, ২৫ এপ্রিলঃ : এফালে দেশ ৰক্ষা বাবে নিজৰ প্ৰাণৰ আহুতি দিছে আৰু আনফালে সাধাৰণ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে চি আৰ পি এফৰ জোৱান। সুকমাত মাওবাদীৰ আক্ৰমণত চি আৰ পি এফৰ ২৪ জনকৈ জোৱানে প্ৰাণ হেৰুৱাৰ ঘটনাই সমগ্ৰহ দেশত চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে মেঘালয়ত চি আৰ পি এফৰ জোৱানৰ কাণ্ডই লজ্জিত কৰিছে সকলোকে। ৰাষ্ট্ৰীয় ঘাইপথ ৬ত নিৰাপত্তাৰ বাবে মেঘালয় চৰকাৰ দ্বাৰা নিয়োজিত চি আৰ পি এফৰ জোৱান ব্যস্ত হৈ পৰিছে অবৈধ ধন তোলাত। দিনে নিশাই ৰাষ্ট্ৰীয় ঘাইপথ ৬ত চি আৰ পি এফৰ জোৱানে ট্ৰাক চালকৰ পৰা চেকিঙৰ নামত অবৈধ ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে। এই দৰে অবৈধ ধন সংগ্ৰহ কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ সঘনাই সৃষ্টি হয় তীব্ৰ যান-জঁট৷। মেঘালয় পুলিচৰ সহযোগত চি আৰ পি এফ জোৱানৰ ৰাষ্ট্ৰীয় ঘাইপথ ৬ত যান-জঁটৰ ফলত ঘণ্টাৰ পিছত ঘন্টা ধৰি পথত আবদ্ধ হৈ থাকিব লগাত পৰে সাধাৰণ ৰাইজ। চি আৰ পি এফৰ জোৱানৰ এই অবৈধ ধন সংগ্ৰক দিনক দিনে বৃদ্ধি পাব ধৰিছে বুলি ট্ৰাক চালকসকলে অভিযোগ কৰে। এই অবৈধ ধন সংগ্ৰহৰ বিৰোধিতা কৰিলে জোৱানসকলে আনকি মাৰপিট কৰাৰো অভিযোগ তোলে ট্ৰাক চালকসকল।মেঘালয় পুলিচৰ লগত লগ লাগি চি আৰ পি এফৰ জোৱানৰ ধন সংগ্ৰহৰ ফলত ট্ৰাক চালকসকল অতিষ্ঠ হৈ পৰিছে বুলি ট্ৰাক চালকসকল জানিবলৈ দিয়ে।

চকুৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত এটি শিশু

অ’এনজিচিত নিবিদাক লৈ চিণ্ডিকেতৰাজ

Sorry, your browser does not support inline SVG. Follow us on

  • Facebook
  • YouTube
  • Twitter

Sorry, your browser does not support inline SVG. Latest NEWS

Radisson Blu : ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি ইউত ‘ফ্লেভাৰছ অৱ বেংগল’ৰ জৰিয়তে দুৰ্গা পূজা উদযাপন

October 15, 2026

Students : শিক্ষাৰ্থীৰ চিন্তাৰে বিনিয়োগকাৰী সুৰক্ষাৰ ভৱিষ্যৎ নিৰ্মাণ: চিডিএছএলৰ ‘ৰিইমাজিন আইডিয়াথন ২.০’ৰ শুভাৰম্ভ

October 14, 2026

Goods Train : ছেপ্টেম্বৰ মাহত ১০৯৪ খন মালবাহী ৰে’লৰ ৰেক আনলোডিঙেৰে উল্লেখনীয় প্ৰদৰ্শন উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

October 13, 2026

Athgaon Puja : আঠগাঁও সাৰ্বজনীন দুৰ্গাপূজাত এইবাৰ ‘স্বৰ্ণগিৰি’ৰ আকৰ্ষণ

October 12, 2026

Featival Season : উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ্থে চাৰি যোৰ বিশেষ ৰে’ল চলাব উত্তৰ-পূব সীমান্ত ৰে’লৱেই

October 11, 2026

SANGBAD365.com

Sangbad365 is a 24×7 multi-lingual news portal run by “DIGITAL MEDIA ENTERTAINMENTS” covering Assam and Northeast India. Sangbad365 offers latest national and international news on current affairs, politics, entertainment and fashion, health, career, lifestyle etc. in both text and video formats.

Categories

ৰাজ্য

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

ব্যৱসায়

ক্ৰীড়াংগন

কলা-সংস্কৃতি

Follow us

© 2022 sangbad365.com • Design & Hosted by Team LP

About us

Contact

Privacy policy

  • প্ৰথম পৃষ্ঠা
  • ৰাজ্য
  • ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
  • ক্ৰীড়াংগন
  • তথ্য-সঁফুৰা
  • কলা-সংস্কৃতি
  • ব্যৱসায়
  • Hindi
  • English
  • WebStory