এনভাইৰ’মেণ্ট ক্ৰুছেডাৰ বঁটা – ২০২০ৰ বাবে মনোনয়ন আহ্বান পিপিএফৰ

In ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুন : অগ্ৰণী সামাজিক’ সাংস্কৃতিক, পৰিবেশ সংগঠন “পিপলছ ফ্রেণ্ড ফাউণ্ডেছন”ৰ উদ্যোগত ছমহীয়াকৈ প্ৰকাশ কৰা প্ৰকৃতি আৰু পৰিবেশ সম্পৰ্কীয় দ্বিভাষিক আলোচনী গ্ৰীণ টকৰ পঞ্চম সংখ্যাৰ উন্মোচনী অনুষ্ঠান গুৱাহাটীৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়। মুখ্য অতিথি হিচাপে আসন গ্ৰহণ কৰি বিশিষ্ট বিজ্ঞানী ডঃ কৃষ্ণ গোপাল ভট্টাচাৰ্য্যই আলোচনীখনৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

“পিপলছ ফ্রেণ্ড ফাউণ্ডেছন”ৰ পৰিৱেশ সজাগতাৰ পদক্ষেপৰ অংশ হিচাপে সংগঠনটোৱে অহা ২০২০ চনৰ বাবে এনভাইৰ’মেণ্ট ক্ৰুছেডাৰ বঁটা ২০২০ শীৰ্ষক এটি বঁটা প্ৰদানৰ কথা উক্ত অনুষ্ঠানটোৰ অধ্যক্ষ উজ্জ্বল বৰাই ঘোষণা কৰে।

উল্লেখযোগ্য যে জানুৱাৰীত প্ৰদান কৰিব লগা উক্ত বঁটাৰ বাবে পৰিৱেশ ৰক্ষাৰ নামত নিয়োজিত যিকোনো ব্যক্তি বা তেওঁৰ হৈ কোনো প্ৰতিনিধিয়ে মনোনয়ন দাখিল কৰিব পাৰিব। মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া অহা নৱেম্বৰ মাহৰ ২৫ তাৰিখলৈকে খোলা থাকিব। ইয়াৰ বাবে আগ্ৰহীসকলে [email protected] com ইমেইলত যোগাযোগ কৰিব পাৰিব ইয়াৰোপৰি সংগঠনটোৱে অহা জানুৱাৰী মাহত উদ্যোগশীলতা, শিক্ষা আৰু কৈশোৰ প্ৰতিভা শিতানতো প্ৰজ্ঞা প্ৰেৰণা বঁটা শীৰ্ষক দ্বিতীয়বাৰৰ বাবে প্ৰদান কৰিব

Comments

comments

You may also read!

মঙলবাৰে স্বদেশলৈ অনা হ’ব শ্বহীদ পদুম বাহাদুৰৰ নশ্বৰদেহ : নিজ গৃহত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব জোৱানজনৰ শেষকৃত্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : দেওবাৰে কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় এজন অসমীয়া

Read More...

লখিমপুৰ আৰু ডিমৌৰ থাওৰাত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : লখিমপুৰৰ বাৰমাইলত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোৰ ফলত ২০জনতকৈ

Read More...

ৰাজ্যৰ ৪ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ অক্টোবৰ : সোমবাৰৰ ৰাতিপুৱাৰ পৰা ৰাজ্যৰ ৪টা সমষ্টিত ৭ বজাৰ পৰা আৰম্ভ হ'ল উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ

Read More...

Mobile Sliding Menu