নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ ৫ নাবালিকা কিশোৰী

In ৰাজ্য

বঙাইগাঁও, সংবাদ ৩৬৫, ১১ ছেপ্টেম্বৰঃ বঙাইগাঁওত উদ্ধাৰ ৫ গৰাকী নাবালিকা কিশোৰী ৷ নিউ বঙাইগাঁও ৰেল ষ্টেচনত ৰেল’ৰ পৰা আৰ.পি.এফে উদ্ধাৰ কৰে এগৰাকী মহিলাসহ কিশোৰীকেইগৰাকীক ।

ৰেল বিভাগৰ গোপন তথ্যৰ ভিত্তিত ৰঙিয়া আৰু নিউ বঙাইগাঁওৰ আৰ.পি.এফে নামনিমুৱা উখা এক্সপ্ৰেচত অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক ৷ অনিমা সিংহ নামৰ মহিলাগৰাকী এই নাৰী সৰবৰাহকাৰী চক্ৰত জড়িত থকা বুলি আৰ.পি.এফৰ সহকাৰী বিষয়া সোহনলাল প্ৰধানে প্ৰকাশ কৰে ৷

উল্লেখ্য যে কিছুদিন পূৰ্বেও ৰেলৰ পৰা বহি:ৰাজ্যলৈ সৰবৰাহ কৰিব খোজা দুগৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল আৰ.পি.এফে ৷ সঘনে সংঘটিত হৈ থকা এনে ঘটনাৰ বাবে আৰ.পি.এফে অভিযান চলাইছিল ৷

Comments

comments

You may also read!

পঞ্চম বাৰ্ষিক উত্তৰ -পূৰ্বাঞ্চল আন্তৰ্জাতিক ‘ফেশ্বন সপ্তাহ’

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱৰী : মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত সন্ধিয়া ৫ বজাত আৰম্ভ হ'ব পঞ্চম

Read More...

মানৱ অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়ালৈ ইণ্ডিয়া ষ্টাৰ ৰিপাব্লিক এৱাৰ্ড

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰীঃ অন্ধবিশ্বাস, ডাইনী কাণ্ড, সাম্প্ৰদায়িকতা, সন্ত্ৰাসবাদৰ লগতে সমাজবিৰোধী কামৰ বিৰুদ্ধে দুটা দশক সংগ্ৰাম অব্যাহত ৰখা

Read More...

দুদিনীয়া কাৰ্য্যসূচীৰে এইবাৰ হেঙেৰাবাৰীত অনুষ্ঠিত হ’ব মে-ডাম-মে-ফি

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জানুৱাৰী : বৃহত্তৰ হেঙেৰাবাৰী মেডাম-মে-ফিয়ে ২৪ বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে চলিত

Read More...

Mobile Sliding Menu