পৃথক গোৰ্খালেণ্ডৰ দাবীত যোৰাবাটত প্ৰতিবাদ

যোৰাবাট, ২৫ জুনঃ পৃথক গোৰ্খালেণ্ড গঠনৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই মহানগৰীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় পাঁচ শতাধিক গোৰ্খা লোকে মহানগৰীৰ আঠ মাইলৰ পৰা যোৰাবাটলৈ বিশাল প্ৰতিবাদী সমদল উলিয়াই৷ প্ৰতিবাদকাৰীসকলে মমতা বেনাৰ্জী মুদাৰ্বাদ, …

ৰঙিয়াত পূজাৰীৰূপী চোৰ

ৰঙিয়া, ২৪ জুনঃ ৰঙিয়াত এজন পূজাৰীয়ে চুৰি কৰি হাতে লোটে ধৰা পৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, ৰঙিয়াৰ সমীপৰ তুলসীবাৰীত পূজাৰী ৰামকৃঞ্চ গোস্বামীয়ে কাপোৰ দোকানত কাপোৰ চুৰি কৰি হাতে লোটে ধৰা পৰে৷ স্থানীয় লোকে  পূজাৰী ৰূপী চোৰজনক …

মানিকপুৰৰ গোলাপাৰা বিল বজাৰত ভয়াবহ অগ্নিকাণ্ড

২০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত মানিকপুৰ ২৪ জুনঃ বঙাইগাঁৱৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা বিল বজাৰত নিশা এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ২ বজাত সংঘটিত অগ্নিকাণ্ডত একাবৰ আলীৰ গেলামালৰ দোকান, আবুল কাশেমৰ ফাৰ্মাচী, আব্দুল বাতেনৰ জুৱেলাৰী দোকান …

ৰেল বিভাগত থলুৱা নিযুক্তি নিশ্চিত কৰাৰ দাবী এআইইউডিএফৰ

গুৱাহাটী, ২৪ জুনঃ উত্তৰ পূব সীমান্ত ৰেলৱেত তৃতীয় বৰ্গৰ কমাৰ্চিয়েল এপ্ৰেনটিচ পদত অসমৰ থলুৱা প্ৰাৰ্থী বঞ্চিত হোৱা ঘটনাক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে মন্তব্য কৰিছে এআইইউডিএফে৷ এক বিবৃতিত এই ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলামে কয় যে, সততে …

চামেলিৰ চাহাবক আক্ৰমণ

অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৪ জুনঃ অসমীয়া কথাছবি চামেলি মেম’ চাহাবত চাহাবৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা জৰ্জ বেকাৰৰ ওপৰত আক্ৰমণ। পশ্চিমবঙ্গৰ বর্ধমানত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা বিজেপি নেতা বেকাৰক আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে। উল্লেখ্য যে, পশ্চিমবঙ্গত দলৰ স্থিতি মজবুত কৰাৰ উদ্দেশ্যে …

বৰহাটত নাহৰফুটুকীৰ সন্ত্ৰাসঃ তিনিদিনত আহত-২

বৰহাট, ২৪জুনঃ অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বৰহাট আঞ্চলিক বন বিভাগৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাত নাহৰফুটুকী বাঘে শ্ৰমিকক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য  অনুসৰি, আহত শ্ৰমিকজন নন্দন জাল৷ নন্দন জালে বাগানত কাম কৰিবলৈ যাওঁতে বাগিচাৰ মাজত …

মহিলাৰ ৰহস্যজনক মৃত্যুঃ স্বামীৰ পৰকীয়া প্ৰেমৰ কাৰণে হত্যাৰ সন্দেহ

সোণতলী, ২৪ জুনঃ দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত জাওঁকাটা গাঁৱত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰিছে৷ নিহত মহিলা গৰাকী মফিদা বেগম৷ জাওঁকাটা গাঁৱৰ নজমুল হকৰ পত্নী তথা দুই সন্তানৰ মাতৃ মফিদা বেগমৰ মৃতদেহ নিশা প্ৰায় …

ৰঙিয়াত দুৰ্ধষ ডকাইত আটক

ৰঙিয়া, ২৪ জুনঃ ৰঙিয়া আৰক্ষীয়ে চাৰি দুৰ্ধষ ডকাইতক আটক কৰে। বেংক ডকাইতিৰ লগত জড়িত চাৰিজন ডকাইতক ৰঙিয়া আৰক্ষীয়ে বাক্সা আৰু নলবাৰীৰ বিভিন্ন অঞ্চলৰ পৰা আটক কৰে। ধৃত ডকাইত কেইজন ক্ৰমে আলী হুছেইন , ৰেজাক আলী, আবুল হুছেইন আৰু হজৰৎ আলী। …

অম্বুবাচী বিষয়ক চিত্র প্রদর্শনীৰ আয়োজন

গুৱাহাটী, ২৪ জুনঃ কামাখ্যা মন্দিৰত চলি থকা অম্বুবাচী মেলাৰ সৈতে সংগতি ৰাখি অসম পর্যটন উন্নয়ন নিগমৰ সহযোগত হস্তাক্ষৰে আয়োজন কৰা অম্বুবাচী বিশেষ চিত্র প্রদর্শনীখন মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্রকল্পৰ কলা-বিথিকাত আৰম্ভ হৈছে। চিত্র প্রদর্শনীখন মুকলি কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ …

বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমষ্টিতে চোৰাং কাঠৰ সৰবৰাহ

কোকৰাঝাৰ, ২৩ জুনঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমষ্টিত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । কোকৰাঝাৰৰ বনাঞ্চলসমূহ দুষ্কৃতিকাৰীৰ কবলত পৰি উছন হোৱাৰ সমান্তৰালভাৱে বনাঞ্চলসমূহৰ মুল্যবান শাল কাঠ ট্ৰাকেৰে চোৰাং ভাৱে চালান দি আহিছে বন মাফিয়াই । সাধাৰণতে শেষ নিশা চোৰাং …