Man-Elephan Conflict : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন কৃষক

তিনিচুকীয়া, ২ অক্টোবৰ, ২০২৩ : পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাত। পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে এজন লোক (Wild Elephant)। ঘৰৰ সন্মুখতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰি হত্যা কৰে লোকজনক। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিৰাজ কৰিছে শোকৰ ছাঁ। বন বিভাগৰ …

Road Accident : ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত প্ৰেমিক-প্ৰেমিকা

শিৱসাগৰ, ২ নৱেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হৈছে এহাল প্ৰেমিক-প্ৰেমিকাৰ (Two Killed In A Road Accident)। নিশা ঘৰৰ পৰা প্ৰেমিকে পলুৱাই নিছিল প্ৰেমিকাক। প্ৰেমিকাক পলুৱাই নি গৈ থকা অৱস্থাতে অচিনাক্ত বাহনৰ খুন্দাত …

Fake Currency : বৃহৎ পৰিমাণৰ নকল টকাসহ শিলচৰৰ এজন লোক আটক

গুৱাহাটী, ১ নৱেম্বৰ, ২০২৩ : গুৱাহাটী মহানগৰীৰ লালমাটিত নিশা স্পেচিয়েল টাক্স ফৰ্চৰ (Special Tusk Force) অভিযান। স্পেচিয়েল টাক্স ফৰ্চৰ  অভিযানকালত জব্দ বৃহৎ পৰিমাণৰ নকল টকাৰ লগতে নকল টকা বনোৱা মেচিন আৰু নকল টকা বনোৱা বহু সামগ্ৰী। লালমাটিৰ এখন হোটেলত অভিযান …

Police Firing : আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী ছফিকুল ইছলাম

বিলাসীপাৰা, ৩১ অক্টোবৰ, ২০২৩ : আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী ছফিকুল ইছলাম (Encounter)। ভৰিত তিনি জাই গুলী লাগিছে ছফিকুল ইছলামৰ। আহত ছফিকুল ইছলামক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। নিশা আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কুখ্যাত অপৰাধী ছফিকুল ইছলাম। পুনৰ অসম …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সতৰ্কতা সজাগতা সপ্তাহ ২০২৩ উদযাপন 

গুৱাহাটী, ৩০ অক্টোবৰ, ২০২৩ : ভাৰতক দুৰ্নীতিমুক্ত (Corruption Free) আৰু এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা সতৰ্কতা সজাগতা সপ্তাহ ২০২৩ উদযাপন। উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ সমগ্ৰ মণ্ডল, ৱৰ্কশ্বপ আৰু নিৰ্মাণ ক্ষেত্ৰ গোটসমূহত ৩০ …

Dhupdhara Road Accident : তিনিখন বাহনৰ মাজত সংঘর্ষ : থিতাতে নিহত ১ জন, চিকিৎসাধীন অৱস্থাত মৃত্যু ৩ জনৰ

গোৱালপাৰা, ৩০ অক্টোবৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনা। তিনিখন বাহনৰ মাজত হোৱা সংঘর্ষত থিতাতে নিহত হয় ১ জন লোক, আনহাতে চিকিৎসাধীন অৱস্থাত ৩ জনকৈ লোকৰ মৃত্যু হয় (Four Killed In A Road Accident)। দুর্ঘটনাত আহত হোৱা কেইবাজনো লোকক ততাতৈয়াকৈ …

Bengaluru Fire Incident : ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ

নিউজ ডেস্ক, ৩০ অক্টোবৰ, ২০২৩ : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ভস্মীভূত ৪০ খনতকৈও অধিক বাছ (Fire incident in Veerbhadra Nagar)। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। জুই নিৰ্বাপন কৰিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ …

Kerala : কেৰেলাত ধাৰাবাহিক বিস্ফোৰণত ১ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৯ অক্টোবৰ, ২০২৩ : পাঁচ চেকেণ্ডৰ ব্যৱধানত তিনিটাকৈ বিস্ফোৰণ। খ্ৰীষ্টান ধৰ্মীয় লোক সকলৰ প্ৰাৰ্থনা সভাত সংঘটিত হৈছে এই ৩ টাকৈ বিস্ফোৰণ। বিস্ফোৰণত ১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ৩৬ জনকলৈ লোক (One Killed 36 Injured)। মুখ্যমন্ত্ৰী …

Kamakhya Temple : শক্তিপীঠ কামাখ্যা ধামত ধৰ্ষণৰ বলি এটি ১০ বছৰীয়া কিশোৰী

গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৩ : শক্তিপীঠ কামাখ্যা ধামত জঘন্য কাণ্ড। শক্তিপীঠ কামাখ্যা ধামত ধৰ্ষণৰ বলি এটি ১০ বছৰীয়া কিশোৰী (Minor Gir Rape)। নিশাৰ ভাগত মাতৃৰ সন্মুখতে ধৰ্ষণ কৰা হয় ১০ বছৰীয়া কিশোৰী গৰাকীক। ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীৰ মাতৃৰ অভিযোগত …

Dr Hiren Gohain : ড° হীৰেন গোহাঁইয়ে উন্মোচন কৰিলে জুৰী বৰা বৰগোহাঞিৰ “কেম’ফ্লেজ্”

গুৱাহাটী, ২৯ অক্টোবৰ, ২০২৩ : অসম তথা উত্তৰ-পূৱৰ যি সন্ত্ৰাস-জৰ্জৰিত পৰিৱেশ-পৰিস্থিতি, সি সামগ্ৰিকভাৱে মানুহৰ জীৱনত কিমান প্ৰভাৱ পেলাইছে তাৰ লেখ নাই। ইয়াৰ দ্বাৰা আটাইতকৈ প্ৰভাৱিত হৈছে প্ৰান্তীয় অঞ্চলৰ মানুহবোৰ। বিচিত্ৰ অভিজ্ঞতা, যাতনা, শোষণ নিপীড়নৰ কাহিনী প্ৰান্তে প্ৰান্তে সিঁচৰতি হৈ আছে। এই …