বেজীক লৈ তীৰ্থনগৰীত আতংক
হাজো, ১০ মেঃতীৰ্থনগৰী হাজোৰ সংখ্যালঘু লোকৰ বসতিপূৰ্ণ ঠাই আৰু চৰ অঞ্চলত এতিয়া আতংকময় পৰিবেশ। সাধাৰণ এটা বেজীক কেন্দ্ৰ কৰি সংখ্যালঘু ৰাইজৰ মাজত আতংক। বিদ্যালয়ত শিক্ষার্থী অনুপস্থিত, অভিভাকসকল বন্ধ কৰিছে বিদ্যালয়ত নিজ নিজ ল’ৰা-ছোৱালীক পঠোৱাত। হাতে হাতে লাঠি, জোংলৈ ৰাইজ সস্ত্ৰম বেজীৰ …