চোৰাং পশুধন সৰবৰাহকাৰীক আটক কৰিবলৈ গৈ এগৰাকী কনিষ্টবলৰ মৃত্যু
আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ১৮ অক্টোবৰ চোৰাং পশুধন সৰবৰাহকাৰীক আটক কৰিবলৈ গৈ এগৰাকী কনিষ্টবলৰ মৃত্যু। চোৰাং পশুধন সৰবৰাহকাৰীক খেদি খেদি আটক কৰিবলৈ গৈ পুখুৰীত পৰি কনিষ্টবলৰ মৃত্যু। দক্ষিণ শালমাৰা মানকাচৰত অব্যাহত আছে চোৰাং পশুধনৰ অবৈধ বেহা। শনিবাৰে নিশা মানকাচৰৰ কুকুৰমাৰাত …