পৃথক বড়োলেণ্ড গঠনৰ দাবীত প্ৰতিবাদ
কোকৰাঝাৰ, ১২ মেঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি আৰু পিজেএচিবিএময়ে কোকৰাঝাৰৰ শিশু খেলপথাৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে পুৱা ১০ বজাৰ পৰা দুপৰীয়া …