উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডক লৈ উত্তাল শিৱসাগৰ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৭ অক্টোবৰ উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডক লৈ উত্তাল শিৱসাগৰ। শিৱসাগৰত ৬ সংগঠনৰ প্রতিবাদ কাৰ্যসূচী। গণধর্ষণ আৰু নাৰীৰ ওপৰত হৈ থকা বিভিন্ন নির্যাতনৰ বিৰোদ্ধে প্ৰতিবাদ কাৰ্যসূচী। বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনীৰে উত্তাল ৰাজপথ। দেশ কঁপাই যোৱা …

কলগাছিয়াত এজন ব্যক্তিক হত্যাৰ চেষ্টা

কলগাছিয়া ৭ অক্টোবৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিৰ টাপাজুলিত জঘন্য ঘটনা। মীৰ বক্স নামৰ এজন ব্যক্তিক হত্যাৰ চেষ্টা। মাৰপিটত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মীৰ বক্স। থানাত ৰুজু হৈছে গোচৰ। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰিৰ টাপাজুলি গাঁৱত প্ৰায় এমাহ পূৰ্বে হৈ …

বিভিন্ন দল ত্যাগ কৰি বিজেপিত যোগদান তিনি শতাধিক লোক

মীৰ জিয়উৰ ৰহমান গোসাইগাঁও ৬ অক্টোবৰ বিটিচিৰ ৫ নং শৰাইবিল সমষ্টিত ইউ পি পি এল আৰু বিভিন্ন দল ত্যাগ কৰি তিনি শতাধিক পুৰুষ মহিলাই যোগদান কৰিলে বিজেপিত। যি সময়ত বিটিচি পৰিষদীয় নিৰ্বাচনত এইবাৰ বড়ো ভূমিৰ পৰা বি পি এফক উৎখাত …

বদৰুদ্দিন আজমল সন্মুখতে এ আই ইউ ডি এফৰ বিধায়কক পহু খেদা দিলে ৰাইজে

গোৱালপাৰা ৬ অক্টোবৰ এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমল সন্মুখতে জলেশ্বৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক সাহাবুদ্দিন আহমেদক পহু খেদা দিলে ৰাইজে। জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত টাকিমাৰীত বিগত তিনি মাহৰো অধিক সময় বানপানীৰ লগত বসবাস কৰা বানাক্ৰান্ত …

পুনৰ চিকিৎসকক শাৰীৰিকভাৱে অপদস্থ

কুন্দন ভৰালী  নগাঁও ৬ অক্টোবৰ নগাঁৱৰ ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ত প্ৰসূতিৰ আত্মীয়ৰ উদ্ভণ্ডালি। মহিলা চিকিৎসকক প্ৰহাৰ। ঘটনা সংক্ৰান্তত আৰক্ষী থানাত গোচৰ। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতো চিকিৎসকসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসাসেৱা আগবঢ়াই আহিছে যদিও একাংশ লোকে কৰ্তব্যক্ষেত্ৰত চিকিৎসকক …

যুৱতীক পলুৱাই নিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ তিনি যুৱক

যতীন নাথ মাজবাট ৬ অক্টোবৰ মাজবাটত বৃদ্ধি পাইছে আন্তৰ্জাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ দপদপনী। মাজবাটৰ বেটেলী চাহ বাগিচাৰ এগৰাকী যুৱতীক পলুৱাই নিবলৈ আহি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল উত্তৰ প্ৰদেশৰ তিনি যুৱক। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আন্তৰ্জাতিক নাৰী সৰবৰাহকাৰী চক্ৰৰ তিনি সদস্যক …

কাকাৰভিটাৰ পানীটেংকীত গ্ৰেপ্তাৰ প্ৰশান্ত কুমাৰ দত্ত

গুৱাহাটী ৬ অক্টোবৰ ভাৰত-নেপাল সীমান্তৰ কাকাৰভিটাৰ পানীটেংকীত গ্ৰেপ্তাৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ মূল অভিযুক্ত প্ৰশান্ত কুমাৰ দত্ত। পশ্চিম বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰশান্ত কুমাৰ দত্তক। নেপালৰ পৰা অসমলৈ আহি থকা পথত গ্ৰেপ্তাৰ প্ৰশান্ত কুমাৰ দত্ত। …

ৰাইজে উদ্ধাৰ কৰিলে পহু

অলি উল্লাহ খান লাহৰীঘাট ৬ অক্টোবৰ লাহৰীঘাটত ৰাইজে উদ্ধাৰ কৰিলে পহু। ব্ৰহ্মপুত্ৰ নদীত বোকাৰ মাজত আৱদ্ধ হৈ থকা পহুটোক ৰাইজে উদ্ধাৰ কৰি গতাই দিলে আৰক্ষীক। মৰিগাঁও জিলাৰ লাহৰীঘাটত মঙলবাৰে পুৱাৰ ভাগত ৰাইজে এটা পহু উদ্ধাৰ কৰে। লাহৰীঘাটৰ বগলীপাৰা গাঁৱত ব্ৰহ্মপুত্ৰ …

নগাঁৱত আৰক্ষী-কংগ্ৰেছীৰ খণ্ডযুদ্ধত আহত কেইবাজনো কংগ্ৰেছী

কুন্দন ভৰালী নগাঁও ৫ অক্টোবৰ নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী সমদলত আৰক্ষীৰ বাধাকলৈ উত্তপ্ত পৰিস্থিতি৷ আৰক্ষী-কংগ্ৰেছীৰ খণ্ডযুদ্ধত আহত কেইবাজনো কংগ্ৰেছী৷। নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ যোৱা কংগ্ৰেছীক আৰক্ষীৰ বাধা প্ৰদান। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবীত …

লুণ্ঠনৰ মিছা গোচৰ দিয়া যুৱক সোমাল ৰঙাঘৰত

ফজলুৰ ৰহমান সোণতলী  ৫ অক্টোবৰ গ্ৰামন্নোয়ন বিভাগৰ কোনো আচঁনিয়েই ৰূপায়ন নোহোৱা অৱস্থাত পঞ্চায়ত কৰ্মী আৰু ভিজিলেঞ্চৰ সদস্যই ধন আত্মসাত কৰা বুলি অভিযোগ তুলি ভূৱা তথ্যৰ ওপৰত মিছা গোচৰ ৰুজু কৰা যুৱক এজন অৱশেষত পৰিল আৰক্ষীৰ জালত৷ ৰাইজৰ ৰোষৰ বলি হোৱা যুৱকজন …