নগাঁৱত যাত্ৰী সকলৰ মাজত হাহাকাৰ

কুন্দন ভৰালী নগাঁও ১ অক্টোবৰ নগাঁৱত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। চৰকাৰী এক নিৰ্দেশনাৰ পিছতেই নগাঁৱত গাড়ী বন্ধ কৰি প্ৰতিবাদ নামিল গাড়ী চলক আৰু মালিক সন্থা। দীৰ্ঘদিনীয়া লকডাউনে জুৰুলা কৰা গাড়ী চালক, মালিকসকলে চৰকাৰৰ এক নিৰ্দেশনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত …

পাটাছাৰকুচিত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা

গুৱাহাটী ১ অক্টোবৰ অৱশেষত গ্ৰেপ্তাৰ হ’ল দিবন ডেকা। বৰপেটা জিলাৰ পাটাছাৰকুচিত গ্ৰেপ্তাৰ দিবন ডেকা। আত্মসমৰ্পণ কৰিবলৈ আহি গ্ৰেপ্তাৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত দিবন ডেকা। বুধবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দিবন ডেকাই আত্মসমৰ্পণ কৰাৰ বাবে আৰক্ষীৰ লগত যোগাযোগ চলাই আছিল। অসম …

বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী মম জ্বলাই প্ৰতিবাদ বিপিএফ দলৰ

মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ৩০ ছেপ্তেম্বৰ বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিটিচিত অব্যাহত আছে প্ৰতিবাদ। বিগত কিছুদিন ধৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে ধাৰাবাহিকভাৱে চলাই আছে প্ৰতিবাদ। বুধবাৰে সন্ধিয়াৰ ভাগত পুনৰ বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত শতাধিক …

নগাঁৱৰ যুৱক গুৱাহাটীত সন্ধানহীন

নগাঁও ৩০ ছেপ্টেম্বৰ নগাঁৱৰ পৰা গুৱাহাটীত আলহী খাবলৈ গৈ সন্ধানহীন এজন ২২ বছৰীয়া যুৱক। পিতৃৰ সৈতে আলহী খাবলৈ গৈছিল গুৱাহাটীলৈ। চাৰিওফালে কৰ’ণাৰ সন্ত্ৰাস চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নগাঁও জিলাৰ পৰা গুৱাহাটীলৈ পিতৃৰ সৈতে আহিছিল …

শিৱসাগৰত চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩০ ছেপ্টেম্বৰ চৰকাৰী প্ৰতাৰণা, প্ৰৱঞ্চনাৰ অভিযোগত বুধবাৰে পুণৰ আটছাই উত্তাল কৰিলে শিৱসাগৰ৷ চৰকাৰ বিৰোধী ধ্বনীৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখভাগ মুখৰ কৰি তুলে সংগঠনটোৱে৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগ বুধবাৰে সদৌ অসম চাহ …

নগাঁৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ

কুন্দন ভৰালী নগাঁও ৩০ ছেপ্টেম্বৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাকলৈ নগাঁৱত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ঘটনাকলৈ এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন। উপ-পৰিদৰ্শক নিযুক্তি কেলেংকাৰীকলৈ …

বিজেপি চৰকাৰখনে চাকৰিৰ নামত ছিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

গুৱাহাটী ৩০ ছেপ্টেম্বৰ বিজেপি চৰকাৰখনে চাকৰিৰ নামত ছিণ্ডিকেটৰাজ চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পৰীক্ষাত হোৱা কেলেংকাৰীৰ পৰা বিজেপি চৰকাৰখনৰ চাকৰিৰ নামত চলাই থকা ছিণ্ডিকেটৰাজ ৰাইজৰ আগত ফাদিল হৈ পৰিল বুলিও মন্তব্য দেৱব্ৰত …

চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ৩০ ছেপ্টেম্বৰ শিৱসাগৰত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী।জনজাতি মৰ্যাদা প্ৰদান আৰু স্বায়ত্ব শাসনৰ দাবীত প্ৰতিবাদী সমদলেৰে উত্তাল কৰিলে শিৱসাগৰৰ ৰাজপথ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতি মৰ্যাদা আৰু স্বায়ত্ব শাসন প্ৰদনা নকৰিলে বিজেপি …

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ চাকৰিত সংঘটিত হোৱা কেলেংকাৰীত মুখ্যমন্ত্ৰী পোনপটীয়াভাৱে জড়িত : কংগ্ৰেছৰ অভিযোগ

গুৱাহাটী ৩০ ছেপ্টেম্বৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ চাকৰিত সংঘটিত হোৱা কেলেংকাৰীক লৈ কংগ্ৰেছৰ গুৰুত্বৰ অভিযোগ। কেলেংকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পোনপটীয়াভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত কংগ্ৰেছ দলৰ উত্তাল প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাসহ অৰ্ধ-শতাধিক …

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বৃহৎ বাইক ৰেলীয়ে কঁপালে ডিব্ৰুগড়ৰ চহৰ

ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ ডিব্ৰুগড়  ২৯ ছেপ্টেম্বৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড়ৰ জিলা সমিতিৰ আদিবাসী লোকসকলৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত তীব্ৰ প্ৰতিবাদ।চাহ জনগোষ্টীৰ লোক সকলক জনজাতিকাৰণ প্ৰদান কৰা, চেটেলাইট স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰা, মাতি পট্টা প্ৰদান, …