ই-ৰিক্সা চালকৰ বিৰুদ্ধে গাড়ী চালকৰ প্ৰতিবাদ
আনিছুৰ আলী গৌৰিপু্ৰ ১ অক্টোবৰ ই-ৰিক্সা চালকৰ বিৰুদ্ধে গাড়ী চালকৰ প্ৰতিবাদ। ৰাজপথৰ ওপৰত গাড়ী ৰখাই গাড়ী চালক সকলে কৰিলে প্ৰতিবাদ। ই-ৰিক্সা চালক সকলৰ বিৰুদ্ধে কভিড প্ৰট’কল ভংগ কৰাৰ অভিযোগ গাড়ী চালক সকলৰ। ধুবুৰী জিলাৰ গৌৰিপু্ৰৰ অন্তৰ্গত আলমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত …