গৌৰীপুৰত মৃতদেহ উদ্ধাৰ
আনিছুৰ আলী গৌৰিপুৰ ৩ অক্টোবৰ ধুবুৰী জিলাৰ গৌৰীপুৰ ৰে’ল ষ্টেচনৰ সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ তলত মৃতদেহ উদ্ধাৰ৷ পুৱা স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে। মৃতদেহটো গৌৰীপুৰ ৪ নং ৱাৰ্ডৰ ৰাজু চৌহান নামৰ এজন ব্যক্তিৰ বুলি …