প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ শোক প্ৰকাশ
গুৱাহাটী ২৮ ছেপ্টেম্বৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সভাপতি বৰাই কয় যে চৈয়দা আনোৱাৰা টাইমূৰ আছিল অসমৰ প্ৰথম গৰাকী আৰু এই পৰ্যন্ত একমাত্ৰ …