পুনৰ ৰে’লৰ খুন্দাত নিহত বনৰীয়া হাতীৰ

হোজাই ২৭ ছেপ্টেম্বৰ পুনৰ ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে দুটাকৈ বনৰীয়া হাতী। লামডিং বনাঞ্চলত মালবাহি ৰে’লৰ খুন্দাত পোৱালিসহ নিহত হয় এটা বনৰীয়া হাতী। পূৰ্বেও একে ঠাইতে ৰে’লৰ খুন্দাত নিহত হৈছিল বনৰীয়া হাতী। শনিবাৰে নিশা হোজাই জিলাৰ অন্তৰ্গত লামডিংত পাঠৰখোলা-লামচাখং ৰে’ল ষ্টেচনৰ …

প্ৰশ্ন কাকত ফাদিল কাণ্ড : অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে

গুৱাহাটী ২৭ ছেপ্টেম্বৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ তদন্ত চলি থকাৰ মাজতে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষ পদৰ পৰা অব্যাহতি ল’লে প্ৰদীপ কুমাৰে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা সুচাৰুৰূপে অনুস্থিত কৰাত নিজৰ ব্যৰ্থতাৰ স্বীকাৰ কৰি …

প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জা আৰু নাই

আব্দুল হক নগৰবেৰা ২৭ ছেপ্টেম্বৰ বাঘবৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক, গৃহ বিভাগৰ সংসদীয় সচিব তথা চৰ উন্নয়ন আৰু সংখ্যালঘু পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী দিলদাৰ ৰেজ্জা আৰু নাই৷ প্ৰাক্তন মন্ৰী গৰাকী দীৰ্ঘদিন ধৰি মধুমেহ আৰু বৃক্ক জনিত ৰোগত ভূগি আছিল। অৱশেষত গুৱাহাটীৰ …

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ ৮২ বছৰ বয়সত দেহাৱসান

নিউজ ডেস্ক ২৭ ছেপ্টেম্বৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ দেওবাৰে পুৱা ৮২ বছৰ বয়সত দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙ। দিল্লীৰ আৰ্মী চিকিৎসালয়ত যোৱা ২৫ জুনত ভৰ্তি কৰোৱা হৈছিল যশোৱন্ত সিঙক। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশোৱন্ত সিঙৰ …

নিযুক্তি বৰ্ডৰ অধ্যক্ষক তদন্তৰ আওতালৈ আনাৰ দাবী এছ এফ আই-ডি ৱাই এফ আইৰ

গুৱাহাটী ২৬ ছেপ্টেম্বৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই) আৰু ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে। ছাত্ৰ সংগঠন দুটাই নিযুক্তি বৰ্ডৰ অধ্যক্ষক …

ব্ৰহ্মপুত্ৰ নদীত জব্দ চোৰাং পশুধন

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ২৬ ছেপ্টেম্বৰ ব্ৰহ্মপুত্ৰ নদীত জব্দ চোৰাং পশুধন। দক্ষিণ শালমাৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰে বাংলাদেশলৈ নিয়াৰ পথত আৰক্ষীয়ে জব্দ কৰিলে গৰু। আটক এজন গৰু সৰবৰাহকাৰী। পুনৰবাৰ দক্ষিণ শালমাৰাত পশুধন জব্দ। শুকুৰবাৰে নিশা দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে অভিযান চলাই …

প্ৰশ্নকাকত ফাদিল কাণ্ড : গ্ৰেপ্তাৰ হ’ল কুলদ্বীপ ৰাজবংশী

নলবাৰী ২৬ ছেপ্টেম্বৰ গ্ৰেপ্তাৰ হ’ল নলবাৰীৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত জড়িত আটকাধীন যুৱক কুলদ্বীপ ৰাজবংশী। বৃহস্পতিবাৰে নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কুলদ্বীপ ৰাজবংশীক। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ লগত …

শিৱসাগৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৬ ছেপ্টেম্বৰ কৃষক বিৰোধী আইন বাতিলৰ দাবীত আৰু আৰক্ষী নিয়োগ পৰীক্ষাত হোৱা কেলেংকাৰী উচিত তদন্তৰ দাবীত শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত বীৰ লাচিত সেনাই কেন্দ্ৰীয় চৰকাৰে যি …

কৃষি বিধেয়কৰ বিৰুদ্ধে শনিবাৰেও উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক ২৬ ছেপ্টেম্বৰ কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰুদ্ধে শনিবাৰেও ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ। ঠায়ে ঠায়ে কৃষি বিধেয়কৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাতিমূৰ্তি। বিজেপি চৰকাৰৰ কৃষি বিধেয়কৰ বিৰোধিতা কৰি দেশৰ কেইবাটাও কৃষক সংগঠনে …

জোঁৱায়ে হত্যা কৰিলে শহুৰেকক

গোৱালপাৰা ২৬ ছেপ্টেম্বৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত ৰাখালকিল্লাত সংঘটিত হৈছে এক হত্যাকাণ্ড। জোঁৱায়ে হত্যা কৰিলে শহুৰেকক। হত্যাকাৰী জোঁৱায়েকৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত অন্য এহৰাকী মহিলা। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ অন্তৰ্গত ৰাখালকিল্লাত মফিজুল হক নামৰ এজন লোকে নিজ শহুৰক হত্যা কৰাকলৈ সমগ্ৰ অঞ্চলটোত …