দক্ষিণ কামৰূপৰ সোণতলীত বানপানীত বিধ্বস্ত কৃষিভূমি

সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ২৮ জুন : ৰাজ্যত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমুহ উফন্দী উঠাত‌ নৈ পৰীয়া অঞ্চলসমুহৰ খেতি পথাৰ পানীৰে উপচি পৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত বানপানীয়ে কালৰূপ ধাৰণ কৰাত …

জলসম্পদ বিভাগৰ অধীনস্থ নহয় দুখন নৈ

বৰপেটা, সংবাদ ৩৬৫, ২৮ জুন : ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগৰ অধীনস্থ নহয় টিহু আৰু বুঢ়াদিয়া নৈ। জলসম্পদ বিভাগৰ অধীনস্থ নোহোৱাৰ বাবে বান সমস্যা সমাধান আৰু প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহন কৰিব নোৱাৰে কোনো আঁচনি।টিহু আৰু বুঢ়াদিয়া নৈৰ বানত প্ৰতিবছৰে ক্ষতিগ্ৰস্থ …

কুৰেণ্টাইন হ’ব নগাঁও জি ডি হস্পিতাল

নগাঁৱৰ পৰা কুন্দন ভৰালী, সংবাদ ৩৬৫, ২৭ জুন : এইবাৰ কুৰেণ্টাইন কৰা হ’ব নগাঁও চহৰৰ জি ডি হস্পিতাল। হস্পিতালখনৰ এগৰাকী চিকিৎসক আৰু নাৰ্ছৰ শৰীৰত ধৰা পৰিছে কৰ’ণা ভাইৰাছ। পজিটিভ। নগাঁৱৰ জি ডি হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা এজন লোকৰ শৰীৰত কিছুদিন …

বছৰৰ দ্বিতীটো বানত প্লাবিত বিলাসিপাৰা আৰু গৌৰীপুৰ

গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ২৭ জুন : যোৱা কিছুদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নামনি অসমত প্ৰবল বৰষুণৰ ফলত ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ, টিপপাই, গধাদৰ আাৰু গৌৰাং নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ বহু অঞ্চল বুঢ়াই পেলাইছে৷ জিলাখনত বান পৰিস্থিতি ক্ৰমাৎ …

বানে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে সোণতলীলৈ : চপৰা চপৰে খহিছে মথাউৰি

সোণতলীৰ পৰা ফজলুৰ ৰহমান, সংবাদ ৩৬৫, ২৭ জুন : বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দী উঠিছে ব্ৰহ্মপুত্ৰৰ লগতে ৰাজ্য নৈ-উপনৈ সমূহ। নদী সমূহৰ বাঢ়নী পানীয়ে ইতিমধ্যে ৰাজ্যত ক্ৰমাৎ ভয়াবক কৰি তুলিছে বছৰৰ দ্বিতীয়টো বানপানীৰ পৰিস্থিতিৰ। বানপানীৰ কবলত …

সপোন বাস্তবিত হ’বনে ভীম মিজাৰৰ

ৰৌতাৰ পৰা মহেন্দ্ৰ ভেটুৱাল, সংবাদ ৩৬৫,২৭ জুন : প্ৰবল ইচ্ছা শক্তি থাকিলে শিক্ষাৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে এই কথা পুনৰ এবাৰ প্ৰমাণ কৰি সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা তাৰাজুলি গাঁৱৰ …

নগৰবেৰাত বানপানীৰ ভয়াবহ ৰূপ

নগৰবেৰাৰ পৰা আব্দুল হক, সংবাদ ৩৬৫, ২৭ জুন : কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বছৰৰ দ্বিতীয়টো বানে দেখা দিছে ৰাজ্যত। ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বানপানীৰ কবলত। মহাবহু ব্ৰহ্মপুত্ৰকে ধৰি নৈ-উপনৈ সমুহৰ পানী বৃদ্ধি পাবলৈ ধৰিছে ফেনেফুটুকাৰে। উফন্দি উঠা …

গড়কাপ্তানি পথত মৎস চিকাৰ

কলগাছিয়া, সংবাদ ৩৬৫, ২৬ জুন : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গড়কাপ্তানি পথত মৎস চিকাৰ কৰি ৰাইজৰ অভিনৱ প্ৰতিবাদ। এসপ্তাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে আন্দোলনৰ হুংকাৰ ৰাইজৰ। মন্ত্ৰী গৰাকীৰ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানি বিভাগটো চৰম ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। বৰপেটা …

কাহিলীপাৰাত ভূমিস্খলন : বাসগৃহ এটাৰ ওপৰত খহি পৰিল গাৰ্ড ৱাল

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ জুন : নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰী গুৱাহাটীৰ কাহিলীপাৰাত সংঘটিত হৈছে ভয়াবহ ভূমিস্খলন। ভূমিস্খলনৰ ফলত পাৱাৰ হাউছৰ সমীপত থকা বাসগৃহ এটাৰ ওপৰত খহি পৰিল গাৰ্ড ৱাল। গাৰ্ড ৱাল খহি পৰা বাসগৃহৰ ভিতৰত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছিল …

দক্ষিণ বৰপেটাৰ অতিকৈ পিছপৰা চৰাঞ্চলত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ফলাফলকলৈ উৎফুল্লিত চৰাঞ্চল বাসী

নগৰবেৰাৰ পৰা আব্দুল হক, সংবাদ ৩৬৫, ২৫ জুন : বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ ফলাফলকলৈ উতফুল্লিত হৈ পৰিছে কাছুমাৰাবাসী৷ অঞ্চলটোৰ ব্যক্তিগতখণ্ডৰ কলা শাখাৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান হালিমন নেছা একাডেমীৰ ফলাফলকলৈ উৎফুল্লিত কাছুমাৰাৰ ৰাইজ৷ বিদ্যালয়খনৰ পৰা সৰ্বোচ্চ ৮১ শতাংশ …