বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মুকলেশ আলীৰ মৃত্যু
গুৱাহাটী ১০ আগষ্ট মহানগৰীৰ আমবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মুকলেশ আলীৰ মৃত্যু। চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে মুকলেশ আলীৰ। পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলীৰ। ৰাষ্ট্রীয় উদ্যান অথবা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল নহয়, গুৱাহাটী মহানগৰীৰ মাজমৰিয়াত শনিবাৰে এটা বনৰীয়া গাহৰিয়ে সন্ত্ৰাসৰ …