মছজিদত উদ্ধাৰ কেকু সাপ
আব্দুল হক নগৰবেৰা ৮ আগষ্ট বৰপেটা জিলাৰ পাঠিমাৰীত মছজিদত উদ্ধাৰ কেকু সাপ। ৰাইজে কেকু সাপটো উদ্ধাৰ কৰি চমজাই দিলে আৰক্ষীক। বিগত কেইবাদিন ধৰি মছজিদত আছিল সাপটো। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাঠিমাৰীৰ নুৰী মছজিদত শনিবাৰে উদ্ধাৰ হয় এটা কেকু …