কৃষক নেতা অখিক গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ
ফজলুৰ ৰহমান সোণতলী ৩ আগষ্ট কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। দক্ষিণ কামৰূপৰ সোণতলীত অসম মিঞা (অসমীয়া) পৰিষদে অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে এ বি এমছুৰ প্ৰতিষ্ঠাপক সভাপতি লাফিকুল ইছলামৰ হত্যাৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত …