আলিম উদ্দিনৰ কন্যাৰ দায়িত্ব ল’লে বকোৰ বিধায়িকা নন্দিতা দাসে
ফজলুৰ ৰহমান সোণতলী ৫ আগষ্ট সোণতলীৰ বগুৰীগুৰীত বিদ্যুৎ স্পৃষ্টহৈ মৃত্যু হোৱা আলিম উদ্দিনৰ ঘৰত স্থানীয় বকোৰ বিধায়িকা নন্দিতা দাস। আলিম উদ্দিনৰ ঘৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত্যু আলিম উদ্দিনৰ ডাঙৰ কন্যাৰ দুই বছৰৰ পঢ়া সম্পুৰ্ণ দায়িত্ব ল’লে বিধায়িকা …