লক ডাউনৰ মাজতে কাহিলিপাৰাত মদৰ বেহা
গুৱাহাটী ৪ জুলাই গুৱাহাটীত ১৪ দিনৰ বাবে চলি আছে কঠোৰ লক ডাউন। দোকান-বজাৰ সকলো বন্ধ, ৰাজপথ জনশূন্য। আনকি গাখীৰ ব্যৱসায়ী সকলে গাখীৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে ৰাজপথৰ ওপৰত গাখীৰ পেলাই প্ৰতিবাদ কৰিছে। ইমান কঠোৰ লক ডাউনৰ মাজতো কিছুমানে আৰক্ষী প্ৰশাসনৰ …