হঠাৎ জু-ৰোডত গাড়ীৰ পৰা নামিল মুখ্যমন্ত্ৰী
গুৱাহাটী, সংবাদ ৩৬৫, ১ জুলাই : মহানগৰীত লক ডাউন চলি থকাৰ মাজতে বুধবাৰে সন্ধিয়া জু-ৰোডত গাড়ীৰ পৰা নামিল মুখ্যমন্ত্ৰী। ৰাজপথত গাড়ী ৰখাই জু-ৰোড তিনিআলিত কৰ্তব্যত ব্যস্ত যান-বাহন আৰক্ষীৰ লোক সকলৰ লগত মত বিনিময় কৰি কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ? …