সংবাদ ৩৬৫ বাতৰিৰ প্ৰভাৱ : ৰুবী সোণোৱালৰ সহায়ৰ বাবে ওলাই আহিল কেইবাজনো ব্যক্তি
চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁহাই, সংবাদ ৩৬৫, ১ জুন : যোৱা ২৯ মে’ তাৰিখে সংবাদ ৩৬৫ ৱেব প’ৰ্টেলত প্ৰকাশিত “ৰুবী সোণোৱালৰ জীৱনৰ কৰুণ গাঁথা” – শীৰ্ষক বাতৰিৰ পিছতে চৰাইদেউ জিলাৰ কেইবাজনো শুভাকাংক্ষী ব্যক্তি আগবাঢ়ি আহিছে ৰুবী সোণোৱালৰ পৰিয়ালটোক আৰ্থিক সাহাৰ্য প্ৰদান …