দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ সিদ্ধান্তক আছুৰ তীব্ৰ বিৰোধিতা
চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁহাই, সংবাদ ৩৬৫, ২৭ মে’ : আমাজন অফ ইষ্ট’ খ্যাত দিহিং-পাটকাই বৰ্ষাৰণ্য তথা ইয়াৰ অন্তৰ্গত বনাঞ্চল সমূহত কয়লা খননৰ বাবে প্ৰদান কৰা অনুমতিক সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছে। বুধবাৰে ছাত্ৰ সন্থাৰ নিৰ্দেশ ক্ৰমে দিল্লীঘাটত বৰহাট …