অসমৰ স্বাভিমান গামোছা ডিঙিত আৰু জনজাতীয় পাজাৰ মূৰত লৈ বিজয়ী খিতাপ দখল কৰি মাতৃভূমিত উপস্থিত গোলাপ ৰাভা
গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : প্ৰথমে মিষ্টাৰ ইণ্ডিয়া ২০১৭, ২০১৮ৰ খিতাপ আৰু তাৰ পিছত মিষ্টাৰ এছিয়া ২০১৮ খিতাপ অৰ্জন কৰি ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে আয়োজন কৰা মিষ্টাৰ ৱৰ্ল্ড খিতাপ দখল । এইবাৰ পুনৰ ইউৰোপত অনুস্থিত হোৱা প্ৰ’ ৱৰ্ল্ড …